![]() |
Photo source: Google |
যোৱা কিছু দিন ধৰি এটা বিষয় চৰ্চা মাজত আছে যে ৰামদেৱে কৰোনা ভেকচিন লবলৈ ইচ্ছুক হৈছে। তেওঁ কয় যে "তেওঁৰ কোনো সংস্থাৰ লগত শত্ৰুতা নাই। তেওঁৰ সংগ্ৰাম কেৱল ড্রাগ মাফিয়া লগত।" তেওঁ লগতে দেশবাসীক কৰোনা ভেকচিন লবলৈ অনুৰোধ কৰে।
দেশবাসীক কৰোনা ভেকচিন লবলৈ অনুৰোধ কৰি ৰামদেৱে কয় যে "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই ২১ জুনৰ পৰা ১৮ বছৰৰ ওপৰৰ সকললো নাগৰিকক বিনামূলীয়াকৈ ভেকচিন প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে লোৱা পদক্ষেপত মইও অংশগ্ৰহণ কৰিম।" ৰামদেৱে আৰু কয় "মইও বহুত সোনকালেই ভেকচিন লম।"
Post a Comment
Please do not enter any spam link in the comment box.