অক্ষয় কুমাৰৰ আহিবলগীয়া চিনেমা 'ৰাম সেঁতু' কাৰণে বিবাদৰ সন্মুখীন হব লগা হৈছে, কি আছে চিনেমা খনত।

Photo source: Instagram 

বলীউদ অভিনেতা অক্ষয় কুমাৰ বৰ্তমান তেওঁৰ আহিবলগীয়া চিনেমা কামত ব্যস্ত আছে। তেওঁৰ আহিবলগীয়া চিনেমা ' পৃথ্ভিৰাজ চাভান' কাম সোনকালে শেষ কৰি তেওঁ দ্বিতীয় আহিবলগীয়া চিনেমা ' অতাৰঙি' কাম ডিচেম্বৰ মাহৰ পৰাই আৰম্ভ কৰিব। অক্ষয় কুমাৰে তেওঁ আহিবলগীয়া চিনেমা কাম সোনকালে শেষ কৰি গইছে আৰু লগতে আগন্তুক দিনত আহিবলগীয়া চিনেমা নামো ঘোষণা কৰি গইছে।


অক্ষম কুমাৰে এই দীপাৱলিতে আৰু এখন চিনেমা ঘোষণা কৰিলে 'ৰাম সেঁতু', লগতে সুন্দৰ পোষ্টা জাৰি কৰিছে। তেওঁ কয় এই চিনেমাখনৰ ২০২১ পৰা কাম আৰম্ভ হব। এই চিনেমা খন নিৰ্দেশক হিচাপে থাকিব বলীউদ জনপ্ৰিয় নিৰ্দেশক অশোক কুমাৰ।

অক্ষম কুমাৰৰ 'ৰাম সেঁতুৰ' পোষ্টাৰ সকলোৱে মাজলৈ অহাৰ লগে লগে তেওঁ বন্ধু সকল বহুতেই আনন্দিত হৈ পৰিছে। কাৰণ খিলাৰী কুমাৰৰ আৰু এখন ভাল চিনেমা আহিব। কিন্তু বহু লোক পোষ্টাৰ খন দেখি অসন্তুষ্টি প্ৰকাশ কৰিছে।আৰু অক্ষয় কুমাৰক সমালোচনা কৰিবলৈ ধৰিছে।

ৰাম সেঁতু পোষ্টাৰ ৰিলিজ হোৱা পাচতেই এই বিবাদ আৰম্ভ হয়, কাৰণ পোষ্টৰত সৰু সৰু আখৰে লিখা আছে যে 'ৰাম সেঁতু' কাহিনী কাল্পনিক। এই পোষ্টৰত অক্ষম কুমাৰক ভগৱান শ্ৰীৰাম ৰূপে দেখুৱাব হৈছে। আৰু তাতে 'ৰাম সেঁতু' কাল্পনিক বোলি লিখা কথাই বহুত বন্ধু অক্ষয় কুমাৰৰ বিৰোধী হৈ পৰিছে।


Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post