![]() |
Photo source: Google |
আপুনি চাগে ভাবিছে কাউৰী জানো ৰাষ্ট্ৰীয় পক্ষী হব পাৰে। কাউৰীৰ এনেকুৱা কি গুণ থকাৰ কাৰণে এখন দেশে ৰাষ্ট্ৰীয় পক্ষী হিচাপে বাছি লইছে।
কাউৰী দেখিবলৈও সুন্দৰও নহয়, মাতও শুৱলা নহয়, তথাপিও ৰাষ্ট্ৰীয় পক্ষী হিচাপে বাছি লইছে। আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী ময়ূৰ, দেখিবলৈ বহুতেই সুন্দৰ। কিন্তু কি কাৰণে কাউৰীক ৰাষ্ট্ৰীয় পক্ষী হিচাপে বাছি লইছে ভূটানে, হয় কাউৰী ভূটানৰ ৰাষ্ট্ৰীয় পক্ষী।
কাউৰীয় সাধাৰণতে গেলাপচা বস্তু খাই পৰিস্কাৰ কৰে কোনো ধৰণে কাকো সানি বিঘিনি নকৰে। ভূটান এখন প্ৰকৃতিৰ প্ৰিয় দেশ, প্ৰকৃতি সংৰক্ষণত সকলোৱে অবদান যথেষ্ঠ। গতিকে পক্ষীৰ ভিতৰত কাউৰীয়ে যঠেষ্ট পৰিমাণে অৰিহণা যোগাই আহিছে। ভূটানৰ মতে কাউৰী বাহিৰে বেলেগ ৰাষ্ট্ৰীয় পক্ষী হব নোৱাৰে।
আপুনি জানে নে ভূটান বিশ্বৰ ভিতৰতে এনেকুৱা এখন একমাত্ৰ দেশ যত দেশৰ উন্নতিতকৈ প্ৰকৃতি সংৰক্ষণৰ উপৰত বেছি গুৰুত্ব দিয়ে।
Post a Comment
Please do not enter any spam link in the comment box.