বলীউদৰ ৪০ ওপৰৰ এই কেইগৰাকী অভিনেত্ৰী এটিয়ালৈকে অবিবাহিতা হৈ আছে

Photo source: Instagram

ভাৰতীয় সমাজ ব্যৱস্থা এনেকুৱা যে কোনোবা মহিলা ৩০ বছৰ বয়সলৈকে বিয়া নকৰাকৈ থাকিলে সমন্ধীয় লোকে বা সমাজৰ আন লোকে বিয়াৰ কথা বেছিকৈ সুধিবলৈ আৰম্ভ কৰে। ৩০ বছৰতকৈ বেছি বয়সলৈকে বিয়া নকৰাকৈ থাকিলে যেন কিবা অপৰাধ কৰিছে তেনে ধৰণে চাব চেষ্টা কৰে। কিন্তু বলীউদ জগতত এনে কিছুমান অভিনেত্ৰী আছে যাৰ বয়স ৩০ নহয় ৪০ ৰ ডেওনা পাৰ কৰিলে যদিও অবিবাহিতা হৈ আছে। আজি আমি তেনে কেইগৰাকীক মান অভিনেত্ৰী বিষয়ে অলপ আলোচনা কৰিম।


Tabu

এই লিষ্ট খনত প্ৰথম নাম তাবুৰ আহে, বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী তাবু বৰ্তমান বয়স ৪৮ বছৰ। কিন্তু তবু এতিয়ালৈকে অবিবাহিতা হৈ আছে। আৰু তেওঁ এটা সাখ্যাতকাৰত কয় যে তেওঁ বিয়া নকৰাকৈ থকাৰ কাৰণে অকনো অনুতাপ নহয়। বিয়া নপতা বিষয়তো এতিয়া পুৰণি হৈ গল।

Sakshi Tanwar

Dangal চিনেমা খনত আমিৰ খানৰ মাক ৰূপে অভিনয় কৰা Sakshi বয়স ৪৭ বছৰ। তেওঁ বিয়া নকৰাকৈ থাকিলে যদিও ২০১৯ চনৰ এটা ল'ৰা তুলি লয়, আৰু ল'ৰাটো নাম দিত্ৰ্যা ৰাখিছে।

Sushmita sen

সুশমিতাৰ ২০২০ চনৰ 19 নবেম্বৰত তেওঁ বয়স ৪৫ বছৰ সম্পূৰ্ণ হৈছে। কিন্তু তেওঁ এতিয়ালৈকে বিয়া নকৰাকৈ আছে। তেওঁ যদিও অবিবাহিতা কিন্তু বৰ্তমান সময়ত ৰহমান শাঁল নামৰ এজন মডেলৰ লগত লিভ ইন ৰিলেশনশিপত অছে। ইয়াৰ উপৰিও তেওঁ দুগৰাকী কন্যা সন্তানক তুলি লৈছে আৰু মাক হিচাপে প্ৰতিপালন কৰিছে।

Tanisha Mukherjee

বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী কাজল ভনীয়েক তানীশা ৪২ বছৰ বয়সলৈকে বিয়া নকৰাকৈ আছে। Bigg boss 9 সময়ত আৰমান কহলি লগত সম্পৰ্ক স্থাপন হৈছিল যদিও বাহিৰত অহাৰ পাছত কোনো ধৰণৰ খবৰ নাহিল।








Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post