জেলৰ পৰা বাহিৰ হোৱা পাচতেই অৰ্ণৱ গোস্বামীয়ে পুণৰ চ্যালেঞ্জ কৰিছে মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰীক

Photo source: Google 

ভাৰতীয় সর্বোচ্চ আদালতে Republic TV প্রধান সম্পাদক অৰ্ণৱ গোস্বামী জামিন আবেদনৰ মতে জামিন দিয়াৰ পাছতে, আকৌ মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰী 'উদ্ধব ঠাকৰেক' বিতর্ক মাজলৈ আহিবলৈ চ্যালেঞ্জ কৰে।


তেওঁ কয় যে "মই উদ্ধব ঠাকৰেক বিতৰ্ক মাজলৈ আহিবলৈ চ্যালেঞ্জ কৰিছো, তেওঁ বিতৰ্ক মাজলৈ আহক নিজক প্ৰতিপন্ন কৰক।"

অৰ্ণৱ জেলৰ পৰা বাহিৰ হৈয়ে ভাৰত মাতা কি জয় আৰু বন্দে মাতৰম স্লোগান দিয়ে। আৰু তেওঁ সমৰ্থক সকল গাড়ীৰ আশে পাশে ভিৰ কৰে, যেন নিৰ্বাচনি ৰেলিত মন্ত্ৰী বিধায়কৰ পাছতহে ভিৰ কৰিছে।

অৰ্ণৱ গোস্বামীয়ে কয় "চৰকাৰে মোক ভুল ভাবে গ্ৰেপ্তাৰ কৰিছে। মহাৰাষ্ট্ৰ চৰকাৰে মিডিয়াৰ মাত বন্ধ কৰিব চেষ্টা কৰিছে। 'উদ্ধব ঠাকৰেক' মোৰ পত্ৰকাৰিতা কাৰণে কিবা অসুবিধা হৈছে যদি, মোৰ লগত মুখামুখি বিতৰ্কত আহক।

Republic TV প্রধান সম্পাদক অৰ্ণৱ গোস্বামীক মহাৰাষ্ট্ৰ চৰকাৰে 'অন্ৱয় নায়কৰ' আত্মহত্যা ঘটনা সংঘটিত হোৱাৰ লগত অৰ্ণৱক জগৰীয়া কৰি গ্ৰেপ্তাৰ কৰিছিল। চুইচাইদ নোটট অৰ্ণৱ আৰু অন্য ৩ জনৰ নাম আছিল। ২০১৮ চনতে সংঘটিত হোৱা এই ঘটনাট ১৮ লাখ টকা দিব বাকী থাকিল বুলি লিখা আছিল। সেই সময়ত মহাৰাষ্ট্ৰট বিজেপি চৰকাৰ আছিল আৰু কেচ বন্ধ হৈছিল। যেতিয়া চৰকাৰ সলনি হল অন্ৱয় নায়কৰ পৰিয়ালে ন্যয় নাপালো বুলি কৈ ন্যয় দিবলৈ অনুৰোধ কৰাত পূৰণ কেচ অ'পেন কৰে আৰু অৰ্ণৱ গোস্বামীক নিজ বাসগৃহ পৰা গ্ৰেপ্তাৰ কৰিছিল।

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post