শাহৰুখ খানৰ সফলতা আঁৰত আছে তেওঁ ভাগ্য, এতিয়াও তেওঁক ভাগ্যই সহায় কৰে, এতিয়াও তেওঁ ভাগ্যক বিশ্বাস কৰে

Photo source: Instagram

বলীউদৰ জনপ্ৰিয় অভিনেতা শাহৰুখ খানৰ কেৰিয়াৰ সফলতা আঁৰত বছৰ বছৰ ধৰা চেষ্টা আৰু সাধনাৰ ফলত আজি এই স্থান লাভ কৰিছে, তেওঁ সফলতা যিমানেই প্ৰশংসা কৰো কম হব।


শাহৰুখ খানৰ সফলতাত চেষ্টা আৰু সাধনাৰ লগতে ভাগ্যও জড়িত হৈ আছে। এই কথা তেওঁ নিজে বিশ্বাস কৰে কেতিয়াবা তেওঁক আচৰিত কৰি দিয়ে ভাগ্যই। সফলতা ৰাস্তাত কেতিয়াবা তেওঁ ৰৈ যাই বা সাৰি যাই তেতিয়া তেওঁক ভাগ্যই সহায় কৰে আৰু পুনৰ আগুৱাই লৈ যাই।

এই কাৰণেই তেওঁ আহিব লগীয়া চিনেমা ভিতৰত 'পাঠান' প্ৰথমে কৰিবলৈ লয়। এই চিনেমা খনক লৈ আগতে কোনো ধৰণৰ তৈয়াৰ নাছিল। কিন্তু 'পাঠান' চিনেমা কৰিবলৈ লোৱাটো এটা ডাঙৰ কাৰণ আছে। তেওঁৰ বিশ্বাস এই চিনেমা খনে তেওঁ ভাগ্য সলনি কৰিব।

আপোনালোকে সকলোৱে যানে যে 'দীৱানা' চিনেমা খনৰ কাৰণে তেওঁ চুপাৰ স্ট'ৰ হৈছিল। কিন্তু তেওঁ আৰু বহু কেইখন চিনেমা আছিল যত বিশেষ ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে।

শাহৰুখ খানৰ চিনেমা "ডৰ" ৰ কথা আপোনালোকৰ মনত আছেই, যিয়ে তেওঁৰ সফলতাই আকাশ চুই গল। "ডৰ" চিনেমা কৰাৰ পাছত আৰু বহু কেইখন সফল চিনেমা দিয়ে তেওঁ, যেনে- "কভি হা কভি না, কাৰান-অর্জুন ইত্যাদি।
তেওঁ কেৰিয়াৰ ডুবু ডুবু অবস্থা হৈছিল, কিন্তু তেওঁ ভাগ্য সলনি কৰিবলৈ আহিল "দিলৱালে দুল্হনিযা লে জযেঙ্গে" এই চিনেমাই তেওঁক ভাবিব নোৱাৰা সফলতা দি গল। সেই কাৰণেই আজিও শাহৰুখ খান সকলোৱে দিল মে ৰাজ কৰি আহিছে।

তেওঁ জীৱনত এনেদৰে উঠা নমা মাজত চলি আহিছে, কেইবাখনো চিনেমা কৰাৰ পাছত বিশেষ এখন চিনেমাই তেওঁক কেৰিয়াৰ আৰু এখোজ আগআগবঢ়াই দিয়ে।

এতিয়া শাহৰুখ খানে কেইবাখনো চিনেমা কৰাৰ পাছত 'পাঠান' চিনেমা ভাগ্য সলনি কৰিব বুলি ভাবি আশা কৰি কৰিব লৈছে। আগন্তুক দিনত গম পোৱা যাব কিমান সফল হয়।

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post