ফুলকবি আমাৰ শৰীৰৰ কাৰণে যথেষ্ট পৰিমাণে উপকাৰীক, জানি থওক ফুলকবি গুনাগুণ

Photo source: Google 

ফুলকবি কেৱল আমাৰ দেশতে নহয়, সমগ্ৰ বিশ্বতে এটা ভাল পাচলি। ভাৰত সকলো ৰাজ্যত এই পাচলি বিধ উপলব্ধ। আপুনি হয়তো নাজানে এই পাচলি বিধত কিমান পুষ্টিকৰ পৰ্দাৰ আছে।

ইয়াৰ ভিতৰত Energy, Protein, Cholesterol, Carbohydrate, Fiber, Vitamin-C, ME, Sodium, Calcium, Iron, Magnesium, Potassium, Copper, Zinc, Manganese, Pantothenic Acid, Riboflavin, Thiamine, Anti-Oxidant, Antiinflammatory, Phytochemicals, Sulforaphane আৰু carotenoids ৰ দৰে পুষ্টিকৰ পদাৰ্থ উপলব্ধ। যদি আপুনি ১০০ গ্ৰাম্য ফুলকবি লয় তেতিয়া ১০০ গ্ৰাম্য ভাল ক্যালেৰি পোৱা যায়।

যদি শৰীৰত অলাগতিয়াল চৰ্বী বাঢ়িছে তেতিয়া হলে আপুনি দৈনিক ফুলকবি খাব পাৰে। কাৰণ ফুলকবিত যথেষ্ট পৰিমাণে Fiber পোৱা যায় যি ওজন কমোৱাত সহায় কৰে।

Cholesterol দৰে সমস্যা সমাধানৰ ফুলকবি দৈনিক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা। বৈজ্ঞানিক সকলে পৰীক্ষা কৰি পাইছে যে ফুলকবিত Hypocholesterolemic নামৰ এক বিশেষ পদাৰ্থ উপলব্ধ আৰু এই পদাৰ্থ বিধে Cholesterol কম কৰাত সহায় কৰে।

ফুলকবিত Vitamin C যঠেষ্ট পৰিমাণে আছে আৰু Vitamin C আমাৰ চকুৰ আৰু চালৰ বাবে বহুতে উপকাৰী। Glaucoma নিচিনা সমস্যা থকা সকলে সপ্তাহত ১০০ গ্ৰাম্য ফুলকবি খোৱা প্রয়োজ।

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post