![]() |
Photo source: Instagram |
Amy Jackson-
বলীউদৰ ধুনীয়া অভিনেত্ৰী শাৰীত Amy Jackson নামো অৰ্ন্তভুক্ত হয়। এই অভিনেত্ৰী গৰাকীয়ে বহুতো বলীউদ চিনেমাত অভিনয় কৰিছে যদিও ৫ বছৰৰ পুৰনা চিনেমা Singh is Bliing ৰ বিষয়ে মনত পেলাই।Singh is Bliing- Akshay Kumar আৰু Amy Jackson ৰ চোপাহিট চিনেমা আছিল। এই চিনেমা খনৰ পৰাই এমী বলীউদত নাম আৰু পৰিচয় পাইছিল।
তেওঁ আগতে বলীউদৰ চিনেমাত কাম কৰিছিল যদিও, মানুহৰ মাজত সমাদৰ লাভ কৰা নাছিল, কিন্তু Singh is Bliing চিনেমা কৰাৰ পাছতে সকলোৱে মৰম ভালপোৱাৰ পাবলৈ সক্ষম হৈছিল আৰু তেওঁ অভিনয় সকলোৱে একেমুখে প্ৰশংসা কৰিছিল।
এই চিনেমা খন Singh is king নামৰ চিনেমা খনৰ দিত্বিয় ভাগ হিচাপে জানে। যত অক্ষয় কুমাৰ লগত ক্যাটৰিনা কাইফ অভিনয় কৰিছিল।
কিন্তু পাছত নির্মাতাই এই কথাটো নাকচ কৰিছে। কয় যে ' Singh is king লগত এই কাহিনীটো অলপো মিল নাই, এইটো সম্পূৰ্ণ বেলেগ কাহিনী, মাথো চিনেমা দুখনৰ নামটো মিল আছে।'
এই চিনেমা লগত জড়িত আৰু এটা ঘটনা অভিনেত্রী গৰাকীয়ে প্ৰকাশ কৰে। ' কয় এই চিনেমা অভিনয়ৰ অফাৰ প্ৰথমে মোলৈকে আহিছিল আৰু মই একো নভৱাকৈয়ে সন্মতি দিলো কাৰণ মই মোৰ প্ৰচন্দ এজন অভিনেতাৰ লগত অভিনয় কৰিবলৈ সুবিধা পাইছিলো। কিন্তু পাছত নির্মাতাই মোক একো খবৰ নকৰিলে, শুনিবলৈ পালো বেলেগ এগৰাকী প্ৰখ্যাত অভিনেত্রীক ললে । মনটো বহুতো বেয়া লাগিছিল।
কিন্তু শেষ পৰ্যায়ত সেই অভিনেত্রী গৰাকীয়ে এই চিনেমা খন নকৰো কোৱাত পুনৰ মোলৈকে ঘুৰি আহিল। এনেদৰে মই এজন মন প্ৰচন্দ অভিনেতা লগত কাম কৰিবলৈ সুবিধা পালো।'
Post a Comment
Please do not enter any spam link in the comment box.