![]() |
Photo source: Google |
১. ভিটামিন "চি" (যথাসম্ভৱ) গ্ৰহণ কৰিব।
২. ভিটামিন "ই" গ্ৰহণ কৰিব।৩. প্ৰতিদিনে পুৱা ১১ বজাৰ ভিতৰত ১৫ ৰ পৰা ২০ মিনিট ৰ'দ পুৱাওক।
৪. কমেও এটাকৈ কণী প্ৰতিদিনে খাওক।
৫. প্ৰতিদিনে কম পক্ষেও ৭-৮ ঘণ্টা শোৱক।
৬. প্ৰতিদিনে কমেও ডেৰ লিটাৰ পানী পান আৰু প্ৰতি সাঁজত গৰম আহাৰ গ্ৰহণ কৰক।
ক'ৰোনা ভাইৰাছৰ দেহৰ pH ৰ মান ৫.৫-অৰ পৰা ৮.৫; সেয়ে ইয়াতকৈ বেছি pH মানৰ আহাৰ গ্ৰহণৰ মাধ্যমেৰে আমি ইয়াৰ ৰাসায়নিক গঠন ভাঙি দিব পাৰোঁ।
৫.৫-অৰ পৰা ৮.৫-অতকৈ বেছি pH লেভেলৰ কিছু খাদ্য----> নেমু, পাতিনেমু, এভোকেড', নহৰু, আম, আনাৰস, কমলা। ইয়াৰ লগতে জিংক টেবলেট খাব পাৰে।
ইয়াৰোপৰি, চীনদেশে যি নিয়মেৰে ক'ৰোনা ভাইৰাছক প্ৰতিহত কৰিছে সেইবোৰো মানি চলিব পাৰি। চীনদেশৰ প্ৰতিখন ঘৰতেই ক'ৰোনাত আক্ৰান্ত ৰোগী আছে। কিন্তু তাৰ বাসিন্দাসকলে এই ভাইৰাছৰ বাবে কোনো দৰৱ নাইবা ভেকচিন লোৱা নাই। তেওঁলোকে হাস্পতাললৈ যোৱা বন্ধ কৰি দিছে। তাৰ পৰিৱৰ্তে তেওঁলোকে গৰম পানীৰ ভাপ লৈ ভাইৰাছক ধ্বংস কৰিছে। তেওঁলোকে তাৰ বাবে মাত্ৰ তিনিটা কাম কৰিছে। সেয়া হ'ল-->
১. তেওঁলোকে দৈনিক চাৰিবাৰ কেটলিৰ পৰা গৰম পানীৰ ভাপ লৈছে।
২. দিনে চাৰিবাৰ গৰম পানীৰে কুলকুলি কৰিছে।
৩. আৰু দিনে চাৰিবাৰকৈ গৰম চাহ পান কৰিছে। এনেকৈয়ে একেৰাহে চাৰিদিন এই তিনিটা কাম কৰিয়ে ভাইৰাছক প্ৰতিহত কৰিছে তেওঁলোকে। আৰু তেনেকৈয়ে পঞ্চম দিনৰ দিনা হৈছে ক'ৰোনা নিগেটিভ।
কেনেকৈ বুজিব যে আপুনি ক'ৰোনাত আক্ৰান্ত?
১. ডিঙি খজুৱাব।
২. ডিঙি শুকাই আহিব।
৩. শুকান কাহ হ'ব।
৪. তীব্ৰ জ্বৰ হ'ব।
৫. উশাহ চুটি হৈ আহিব।
৬. গোন্ধ আৰু স্বাদৰ অনুভূতি নোহোৱা হ'ব।
সেয়ে, এই লক্ষণবোৰ দেখাৰ লগে লগে গৰম পানী আৰু নেমুৰ ৰস খাবলৈ আৰম্ভ কৰক আৰু ডাক্তৰৰ পৰামৰ্শ লওক।
Post a Comment
Please do not enter any spam link in the comment box.