Himesh Reshammiya বিষয়ে কিছুমান নজনা কথা


Photo source: Google 


Himesh Reshammiya প্ৰথম চিনেমা জগত খনত চলমান খানৰ চিনেমা 'Pyar Kiya To Darna Kya' পৰা আৰম্ভ কৰিছিল।

হিমেশ হিন্দী চিনেমা এনেকুৱা এজন গায়ক, যি জনে সংগীত যাত্ৰা আৰম্ভ কৰিয়েই ফ্লিমফেয়াৰ নতুন সর্বশেষ্ঠ গায়কৰ পুৰস্কাৰ লাভ কৰিছে।
হিমেশ চলমান খানৰ বহুত ভাল বন্ধু।
তেওঁ একে বছৰতে ৩৬ টা চপাৰ হিত গান দিয়াৰ ৰেকৰ্ড আছে।

Himesh Reshammiya ১৬ বছৰৰ বয়সৰ পৰাই টি ভি আৰু মিউজিক ডাইৰেক্টৰ হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিল।
তেওঁ পঢ়া-শুনাত প্রতি মন নাছিল আৰু সেই কাৰণে তেওঁ পঢ়া-শুনা এৰি সংগীত জগততে কেৰিয়াৰ বনোৱা সিদ্ধান্ত লয়।

২০০৩ ৰ বলীউদৰ চুপাৰ হিত চিনেমা 'Tere Naam' তেওঁ কাৰণে বলীউদত এটা ডাঙৰ সফলতা হিচাপে পৰিগণিত হল।

Himesh Reshammiya দুবাৰকৈ বিয়া কৰাইছিল, প্ৰথম ১৯৯৫ চনত মাত্র ২১ বছৰ বয়সতে 'কোমলৰ' লগত বিবাহ হৈছিল।
কিন্তু ২০১৭ ত দুয়োৰে মাজত বিবাহ বিচ্ছেদ হোৱাৰ পাচত ২০১৮ ত পুনৰ 'শনীয় কপূৰ' লগত বিয়াত বঢ়ে।

তেওঁ কেইবাতাও মিউজিক অনুষ্ঠানত বিচাৰক হিচাপে কাম কৰিছিল, তাৰ ভিতৰত ছা:ৰে:গা:মা:পা, অন্যতম।

2005 চনত ফিল্মফেয়াৰ সর্বশেষ্ঠ গায়কৰ পুৰস্কাৰ লাভ কৰিছিল।
Reshammiya ২০০৬ চনত লণ্ডনত Wembley Stadium ত অনুষ্ঠিত হোৱা বিখ্যাত অনুষ্ঠানত প্ৰদৰ্শন কৰিব কাৰণে বাচনি কৰা ভাৰতিয় আছিল।

কিন্তু কেতিয়াবা তেওঁ নিজৰ কথা আৰু ব্যৱহাৰ কাৰণে নিজেই লাজ পাব লগীয়া হৈছে।
এবাৰ মুকেশ, নুসৰাত ফতেহ আলী খান আৰু আৰ ডি বর্মণৰ বিষয়ে কোৱা এষাৰ কথাত 'আশা ভোঁসলে' কয় 'মোৰ হিমেশক থাপৰ মাৰিব মন গৈছে।'

এবাৰ 'সনু নিগমে' কয় যে 'কোনোবাই মোক হিমেশৰ লগত তুলনা কৰিলে মোক অপমান কৰা নিচিনা হয়।'



Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post