দেশত আকৌ বাঢ়িব ধৰিছে কৰোনা সংক্ৰমন সংখ্যা, দিল্লীতে ২৪ ঘন্টাত 3 হাজাৰ ৭০০ জন সংক্ৰম

Photo source: Google 


দেশৰ ৰাজধানী দিল্লীত পুনৰ এবাৰ কৰোনা সংক্ৰমন সংখ্যা বাঢ়িব ধৰিছে।
চৰকাৰৰ দ্বাৰা প্ৰকাশ কৰা ৰিপোর্ট মতে যোৱা 24 ঘন্টাত কৰোনা ভাইৰাচৰ সংক্ৰমন ( Corona virus infection) ৩ হাজাৰ 700 পোৱা গৈছে।
24 ঘন্টাত ভিতৰত ৪৭ জনৰ মৃত্যু হৈছে এই ভাইৰাচৰ সংক্ৰমন হৈ ।

দিল্লীত এই বৰ্দ্ধিত সংখ্যা পাছত কৰোনা ভাইৰাচৰ সংক্ৰমন দিল্লীত ৩ লাখ 40 হাজাৰ পাৰ হৈ গ'ল। মৃত্যু সংখ্যা ৬ হাজাৰ ১০০ লৈ বৃদ্ধি পাইছে।

ৰাজধানী দিল্লীত এতিয়াও ২৪ হাজাৰ ১১৭ সক্ৰিয় হৈ আছে।
ভাল খবৰ এইটো যে 3 লাখ ৪০ হাজাৰ ভিতৰত ৩ লাখ ১০ হাজাৰ ভাল হৈ ঘৰলৈ যাবলৈ সক্ষম হৈছে।

দেশত কৰোনা পৰিস্থিতি ঠিক কৰিবলৈ এতিয়াও কনো ধৰণৰ স্থায়ী সমাধান উলোৱা নাই।

দেশৰ বৈজ্ঞানিক সকলে ভেকচিনৰ উপৰত নানা পৰীক্ষা-নিৰীক্ষা কৰিছে যদিও সম্পূৰ্ণ ৰূপে সফলতা লাভ কৰিব পৰা নাই।

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post