কৰোনা মহামাৰীয়ে দেশত ভয়াবহ ৰূপ ধাৰণ কৰি থকা সময়তে আৰু এটা নতুন বেমাৰ | Asomiya Khabar

New virus in India
Photo source: Google 

সমগ্ৰ দেশত কৰোনা ভাইৰাচৰ কাৰণে সকলোৰে চিন্তাত পৰিছে। যোৱা কিছুদিন ধৰি প্ৰতি দিনে ৪০ হাজাৰতকৈ বেছি নতুন সংখ্যা বাঢ়িছে। বর্তমানৰ লৈকে ভাৰতত ১২ লাখতকৈও বেছি কৰোনা ভাইৰাচৰ সংক্ৰমন হৈছে আৰু তাৰ বিপৰীতে ২৯ হাজাৰ কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে।
এই সমস্যাৰ মাজতে আৰু এটা সমস্যাৰ, এটা নতুন বেমাৰ ভাৰতত দেখা গৈছে। এই বেমাৰ বিধৰ নাম মুল্তিস্য্স্তেং ইন্ফ্লম্মতৰ্য স্য্ন্দ্ৰমে (Mulitisystem Inflammatory Syndrome) চমুকৈ MIS-C কোৱা হয়।

MIS-C এই বেমাৰ প্ৰথম আমেৰিকাৰ ধৰা পৰিছিল। কিন্তু এতিয়া ভাৰতত এই MIS-C বেমাৰতো ধৰা পৰিছে। গুজৰাটৰ এটি ১০ বছৰীয়া লৰাৰ দেহত ধৰা পৰিছে। পৰিয়াল মানুহে জনোৱা মতে প্ৰথমতে সাধাৰণ জ্বৰ হৈছিল, হস্পিতালত ভৰ্তি কৰা পাছত ওঁঠ আৰু চকু ৰঙা হবলৈ ধৰে।

চিকিৎসকে জনাইছে যে ল'ৰাটো দেহত মুল্তিস্য্স্তেং ইন্ফ্লম্মতৰ্য স্য্ন্দ্ৰমেৰ লক্ষণ দেখা পোৱা গৈছিল। বতমান সুস্থ হৈ উঠিছে। চিকিৎসক আৰু নাৰ্চৰ চেষ্টাত সোনকালেই সুস্থ হৈ উঠিব আৰু ৭ দিনৰ ভিতৰত ঘৰলৈ যাবলৈ দিয়া হব।

বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) সৰ্তক কৰি দিছে যে MIS-C এই বেমাৰ লক্ষণ কৰোনা ভাইৰাচৰ লক্ষণ লগত মিল আছে। কিন্তু এই বেমাৰ হলে চকু, ওঁঠ, মুখ আৰু গাৰ চালত ৰঙা দাগ দেখা দিয়ে।

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post