![]() |
Photo source: Google |
চীন ভাৰতৰ সংঘাতৰ মাজত আৰু এক সংঘাত দেশৰ মাজত চলি আছে, সেইটো হৈছে বিৰোধী দল আৰু চৰকাৰৰ মাজত। সাধাৰণতে চৰকাৰে যিয়ে সিদ্ধান্ত লয়, আমাৰ দেশৰ বিৰোধী দল সমূহে তাৰ বিৰোধিতা কৰিবই, সেই সিদ্ধান্ত ভুলেই হওঁক বা শুদ্ধ হওঁক। ভাৰতৰ এই বিৰোধী দল সমূহৰ ভিতৰত কংগ্ৰেছ অন্যতম।
কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে এটা ভিডিও টুইটাৰত পোষ্ট কৰে আৰু কয় যে "লাডাখবাসীয়ে কয় আমাৰ জমিন চীনে দখল কৰিলে, কিন্তু প্রধানমন্ত্ৰীয়ে কয় আমাৰ জমিন কোনেও দখল কৰা নাই। এইটো নিশ্চিত যে কোনোবাই মিছা মাতিছে।"
ৰাহুল গান্ধীয়ে যিটো ভিডিও টুইটাৰত পোষ্ট কৰিছিল তাৰ দেখুৱা হৈছে, লাডাখত বাস কৰা কিছুমান সাধাৰণ মানুহে কৈছে, চীনৰ সেনাই লাডাখত বহু ঠাই দখল কৰিছে।
কিন্তু এতিয়া ভিডিও সঁচা কাহিনী উলাই পৰিছে। কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে ভিডিওত যাক লাডাখৰ সাধাৰণ নাগৰিক বোলি কৈছে, সেইসকল আচলতে কংগ্ৰেছী সংস্থাৰ লগত জড়িত কংগ্ৰেছ দলৰ হৈ কাম কৰা মানুহ। মুঠতে যিকোনো প্রকাৰে বিৰোধিতা কৰিব লাগে, সেই উদ্দেশ্যৰে ভিডিও প্রস্তত কৰি উলিয়াইছে।
আমি জানিব পৰা মতে কোনো লোকেই লাডাখ সীমাত যোৱা অনুমতি নাই। তেনে ক্ষেত্ৰত কংগ্ৰেছে কেনেকৈ জানিলে চীনে কিমান কি দখল কৰিলে।
ভাৰতত চীনৰ সেনাৰ প্রৱেশ কৰা বা চীনে ভাৰতৰ ভূমি দখল বিষয়ে সঠিক খবৰ পোৱা নাই, চৰকাৰে এই বিষয়ে সঠিক ভাৱে মত দিয়া নাই। কিন্তু এইটো সত্য যে ভাৰত চীন সীমান্ত পৰিস্থিতি স্বাভাৱিক নহয়। 20 জন ভাৰতীয় সেনা এই সংঘাতৰ ছহিদ হৈ গ'ল, এতিয়াও ভাৰত চীন সীমান্ত এক যুদ্ধ সদৃশ পৰিস্থিতিৰ মাজত আছে।

Post a Comment
Please do not enter any spam link in the comment box.