![]() |
Photo source: Google |
চীন আৰু ভাৰতৰ সীমান্তত হোৱা ঘটনা পাছত ভাৰত চৰকাৰে ৫৯ টা চীনৰ এপ ভাৰতত নিষিদ্ধ কৰি দিয়ে। এই নিষিদ্ধ এপ সমূহৰ ভিতৰত টিক টক আছিল।
ভাৰতত ৫৯টা এপ নিষিদ্ধ কৰা লগতে গুগল প্লে ষ্টোৰ পৰাও আতৰাই দিয়া হল। কিন্তু এতিয়া কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ৰানীৰ এটা ভিডিও ছচিয়েল মিডিয়াত ভায়াল হৈ পৰিছে। সেই ভিডিওত মন্ত্ৰী গৰাকীয়ে টিক টকক প্রশংসা কৰা দেখা গৈছে।
বিশিষ্ট উকিল প্রশান্ত ভূষণে এই ভিডিও টুইটাৰ একাউন্টত শেয়াৰ কৰিছে, আৰু কয় যে "স্মৃতি জি এয়া কি, টিক টকক ধন্যবাদ, সমগ্ৰ দেশ চীনৰ উপৰত খঙত জ্বলি আছে।"
যদিও স্মৃতি ৰানীৰ এইটো পুৰণি ভিডিও আছিল, তথাপি ছচিয়েল মিডিয়া সমালোচনা সন্মুখীন হব লগা হৈছে। যত মন্ত্ৰী গৰাকীয়ে টিক টকক ধন্যবাদ জ্ঞাপন কৰি শেয়াৰ কৰিছিল।
আমি জানিব পৰা মতে স্মৃতি ৰানীৰ এই ভায়েল ভিডিওটো এপ্রিল মাহৰ আছিল, যি সময়ত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই কৰোনা ভাইৰাচৰ কাৰণে সহায় কৰিবলৈ দেশবাসীক অনুৰোধ কৰিছিল।
সেই সময়ত টিক টক ইন্ডিয়াই ডাক্তৰ আৰু নাৰ্চ সকলৰ সুৰক্ষা কাৰণে ৪ লাখ পি পি কিট দিব বুলি ঘোষণা কৰিছিল। লগে লগে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ৰানীয়ে টিক টক ইন্ডিয়াৰ চি ও নিখিল গান্ধীক চিঠি লিখি জনাই যে "এইয়াই দেশৰ কাৰণে কিবা কৰি দেখুৱাব সুযোগ।"
এতিয়া সমগ্ৰ দেশে চীনৰ এপ আৰু বস্তু বহিষ্কাৰ কৰা দাবী কৰি কৰি থাকোতে কেন্দ্ৰীয় মন্ত্ৰীৰ টিক টকক প্রশংসাই সকলে আচৰিত কৰিছে।

Post a Comment
Please do not enter any spam link in the comment box.