![]() |
Photo source: Google |
ভাৰত চীন সীমান্ত লাডাখৰ পৰিস্থিতি এতিয়াও সম্পূৰ্ণ স্বাভাৱিক হোৱা নাই। যদিও চীনে প্রকাশ কৰিছে যে পৰিস্থিতি ঠিক কৰিবলৈ চীনে সেনা সীমান্তৰ পৰা আঁতৰাই নিছে। কিন্তু চীনৰ উপৰত বিশ্বাস কৰাটো কঠিন। সীমান্তত এনে পৰিস্থিতিৰ মাজতে আমেৰিকাই কয় যে যদি ভাৰত আৰু চীনৰ মাজত যুদ্ধ হয়, তেতিয়া আমেৰিকান সেনা ভাৰতৰ সেনাৰ লগত থাকিব।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে টুইট কৰি কয় যে "চীনৰ কাৰণে সমগ্ৰ বিশ্বৰ বহুত ক্ষতি হৈছে। কৰোনা মহামাৰী কাৰণে আমেৰিকাৰ আৰু ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে অৰ্থনীতি উপৰত বেয়াকৈ প্ৰভাৱ পেলাইছে।"
তেওঁ আৰু কয় "চীনে কিয় কভিদ-১৯ কথা আৰম্ভণিতে জনোৱা নাছিল। কিয় সমগ্ৰ বিশ্বতে ভাইৰাচ বিয়পিবলৈ দিলে।"
আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীৰ কথা যুক্তি নথকা নহয়, যদি চীনে উচিত সময়ত উচিত ব্যৱস্থা লোৱা হলে, আজি বিশ্বৰ এনে পৰিস্থিতি নহ'লে হয়
আপোনালোকৰ জনাই থওঁ যে চীনে সদায় দক্ষিণ চীন সাগৰৰ উপৰত দাবী কৰি আহিছে, এতিয়া আমেৰিকাই দক্ষিণ চীন সাগৰত আমেৰিকান নৌসেনা পঠিয়াই পৰিস্থিতি উত্তাপ কৰিব চেষ্টা কৰিছে।
আমেৰিকাই কয় যে চীনক কনো স্থানতে শক্তি প্ৰদৰ্শন কৰি দখল কৰিবলৈ দিয়া নহব।
এই ক্ষেত্ৰত ভাৰতে যঠেষ্ট ভুমিকা পালন কৰিছে। কব পাৰি যে কূটনীতি ফালৰ পৰা ভাৰতৰ কাৰনে এইটো এটা ডাঙৰ সফলতা।

Post a Comment
Please do not enter any spam link in the comment box.