![]() |
Photo source: Google |
আমেৰিকাই চীনৰ উপৰত যিমানেই হেঁচা প্ৰয়োগ কৰিব চেষ্টা কৰিছে সিমানেই চীনে ধমকি দি আছে। এইবাৰ আকৌ সমগ্ৰ বিশ্বৰ লোকচান ভৰিব লাগিব বুলি ধমকি দিলে চীনে।
চীনৰ চৰকাৰী খবৰ কাগজ গ্লোবাল টাইমস প্রকাশ পোৱা ৰিপোৰ্ট কোৱা হৈছে যে "আমেৰিকাৰ সকলো দেশকে চীনৰ বিপৰিতে উচতনি দি নিজৰ ফলীয়া কৰিব চেষ্টা কৰিছে। ইয়াৰ পৰিনাতি শান্তি শৃংখলাত প্ৰভাব পৰিব।"
চীনৰ এই মূখ্য খবৰ কাগজ খনে কয় "যদি আমেৰিকাৰ প্রভাবত প্ৰভাৱান্বিত হয়, তেতিয়া সমগ্ৰ বিশ্বৰ ইয়াৰ পৰিনাম ভুগিব লাগিব। আমেৰিকাই এই সকলোবোৰ দেশক সমর্থন দি আছে যি বোৰ দেশ চীনৰ লগত বিবাদ চলি আছে। আমেৰিকাই পশ্চিমীয়া দেশৰ লগতে এচিয়াৰ দেশকো চীনৰ বিৰোধ কৰিবলৈ উচতনি দি আছে।"
গ্লোবাল টাইমসে আৰু কয় " চীনৰ বজাৰ আমেৰিকাৰ বজাৰৰ সমান, প্ৰায় ১০০ খন দেশৰ লগত চীনৰ বাণিজ্যিক সমন্ধ আছে। কিন্তু আমেৰিকাই সেই সমন্ধক বেয়া কৰিবলৈ চেষ্টা কৰিছে আৰু পৰিনাম সমগ্ৰ বিশ্বই দিঘলীয়া সময়লৈ ভুগিব লাগিব।"
চীনৰ খবৰ কাগজে আৰু কয় " কভিদ-১৯ মহামাৰী চলি আছে, আৰু এয়া মহামাৰী প্ৰথমটো ঢৌ হে পাৰ হৈছে। কিন্তু আমেৰিকাই আন্তৰষ্ট্রীয় সহযোগিতাক বন্ধ কৰি দিছে। আমেৰিকাই চীনৰ বিপৰিতে বহুত ডাঙৰ ষড়যন্ত্র কৰি আছে। আগন্তুক দিনত ঘৃণা আৰু শত্রুতা বহিব পাৰে, যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিব। যুদ্ধই বহুত দেশক ক্ষতি কৰিব।

Post a Comment
Please do not enter any spam link in the comment box.