![]() |
Photo source: Google |
সমগ্ৰ বিশ্বতে ভয়ংকৰ গতিৰে বাঢ়িব ধৰা কৰোনা ভাইৰাচৰ ভেকচিন বৰ্তমানৰ লৈকে বনাবলৈ সক্ষম হোৱা নাই।
কিন্তু আমেৰিকাৰ বৈজ্ঞানিকৰ এটা ডাঙৰ সফলতা হাত লাগিছে। বৈজ্ঞানিক সকলে পৰীক্ষা কৰি পাইছে আৰু বহুকেইটা মেডিচিন চিনাক্ত কৰিছে, যিয়ে কৰোনা ভাইৰাচৰ বীজাণুক বংশ বৃদ্ধিত কৰাত বাধা দিয়ে।
বৈজ্ঞানিক সকলে বিচাৰি পোৱা মেডিচিনৰ ভিতৰত Hepatitis C Boseprivir আৰু Veterinary Antiviral GC-375 আছে।
Florida বিশ্ববিদ্যালয়ৰ বৈজ্ঞানিক সকলে কয় যে এই মেডিচিন বিলাকে কৰোনা ভাইৰাচৰ লগত যুঁজ দি ভাইৰাচৰ সংক্ৰম আৰু বৃদ্ধিত বাধা দিয়ে।
যেতিয়া মানুহৰ দেহত কৰোনা ভাইৰাচৰ প্ৰবেশ কৰে এটা ক্ষুদ্ৰ বীজাণুৱে আমাৰ দেহত একো হানি কৰিব নোৱাৰে, কিন্তু দেহত সি ক্ৰমাৎ বংশবৃদ্ধি আৰম্ভ কৰে আৰু আক্ৰমণ কৰি যায়। বৈজ্ঞানিক সকলে কোৱা মতে কৰোনা বংশবৃদ্ধি মেডিচিন প্ৰয়োগ কৰি ৰোধ কৰিব পাৰিলে ৰোগী সোনকালে সুস্থ হৈ উঠিব।
বৈজ্ঞানিক সকলে আৰু কয় "আগতে হৈ যোৱা Sars and mars ভাইৰাচৰ সংক্ৰমন ৰোধ কৰিবলৈ এই মেডিচিন বিলাকৰ প্ৰয়োগ কৰা হৈছিল। এতিয়া কৰোনা ভাইৰাচৰ Sars and mars ভাইৰাচৰ লগত যথেষ্ট মিল আছে।"
Florida বিশ্ববিদ্যালয়ৰ বৈজ্ঞানিক সকলে জানিব দিছে যে এতিয়া কৰোনা ভাইৰাচৰ নতুন ভেকচিন বনোৱা সময় নহয়। নতুন ভেকচিন বনাবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন, গতিকে আগতে আগবাঢ়ি থকা মেডিচিন পৰা সোনকালেই কৰোনা প্ৰতিষেধ বনোৱাত সহায় কৰিব।

Post a Comment
Please do not enter any spam link in the comment box.