![]() |
Photo source: Google |
কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্রিয়ংকা গান্ধীক প্ৰশাসনে চৰকাৰী ঘৰ খালী কৰিবলৈ জাননী জাৰি কৰিছে। ঘৰ খালী কৰিবলৈ তেওঁক এমাহৰ সময় দিছে। দিল্লী লোধী ৰোডত থকা চৰকাৰী ঘৰটো প্রিয়ংকা গান্ধীয়ে বহুত দিন ধৰি ব্যৱহাৰ কৰি আহিছিল। কিন্তু এতিয়া ১ আগষ্ট ভিতৰত চৰকাৰী ঘৰ খালী কৰি দিব লাগিব।
উল্লেখ্য যে চৰকাৰৰ আদেশ অনুযায়ী প্রিয়ংকা গান্ধী পৰা SPG সুৰক্ষা ব্যৱস্থা উঠাই লোৱা হৈছিল আৰু তাৰ পৰিৱৰ্তে Z+ সুৰক্ষা দিয়া হৈছিল। SPG সুৰক্ষা ব্যৱস্থাত চৰকাৰী ঘৰৰ সুবিধা উপলব্ধ আছিল। কিন্তু Z+ সুৰক্ষা ব্যৱস্থাত চৰকাৰী ঘৰৰ কনো সুবিধা নাই। সেই কাৰণে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
প্রিয়ংকা গান্ধীক কোৱা হৈছে যে ১ আগষ্ট ভিতৰত ঘৰ খালী কৰি দিব লাগিব, নহ'লে তেওঁ জৰিমনা ভৰিব লাগিব। জাননীত উল্লেখ কৰা মতে দিল্লীৰ লোধী ৰোডত থকা ৬বি, ৩৫ নম্বৰৰ ঘৰটো খালী কৰিবলৈ নিৰ্দেশ দিছে।
প্রিয়ংকা গান্ধীক ঘৰ খালী কৰিবলৈ জননী দিয়া লগে লগে কংগ্ৰেছে মোডী চৰকাৰৰ ওপৰত আক্ৰমণ আৰম্ভ কৰি দিছে।
বিশিষ্ট কংগ্ৰেছ নেতা ৰাজীৱ শুক্লাই কয় যে "এইটো চৰকাৰৰ এটা ভুল সিদ্ধান্ত, গান্ধী পৰিয়ালক সুৰক্ষিত কৰিবলৈ হে ঘৰ দিয়া হৈছিল। আগতে ইন্ডিয়া গান্ধী আৰু ৰাজীৱ গান্ধীক হত্যা হৈ গৈছে আৰু এতিয়াও গান্ধী পৰিয়ালৰ উপৰত বিপদৰ সম্ভাৱনা আছে।"
ইয়াৰ উপৰিও কংগ্ৰেছ পার্টি মূখ্য প্রবক্তা ৰন্দীপ সুৰ্জেৱলে টুইট কৰি কয় যে " বিজেপি আৰু মোডী চৰকাৰে কংগ্ৰেছক বহুত বেছি বেয়া চকুৰে চাই আৰু প্রতিশোধ মূলক মনোভাৱ ৰাখে। এতিয়া এনে ধৰণৰ কাম কাজ জোখতকৈ বেছি বাঢ়িছে। চৰকাৰৰ এনে ধৰণৰ সিদ্ধান্ত লৈ আমি ভয় নকৰোঁ।"

Post a Comment
Please do not enter any spam link in the comment box.