![]() |
Photo source: Google |
কৰোনা ভাইৰাচৰ সংক্ৰমন বিশ্বত যি হাৰত বৃদ্ধি হৈ আছে। যদি সোনকাল এই ভাইৰাচৰ বিধৰ ভেকচিন নোলায়, তেতিয়া বিশ্ববাসী কিমান জটিল আৰু ভয়ানক পৰিস্থিতি মাজলৈ গতি কৰিব প্রকাশ কৰাটো সহজ নহয়।
কিন্তু এটা ভাল খবৰ আহিছে বিশ্ববাসীৰ কৰণে। সোনকালে উপলব্ধ হব পাৰে কৰোনা ভাইৰাচৰ ভেকচিন।
হয়, আগতেও বহুবাৰ কৰোনা ভাইৰাচৰ ভেকচিন প্রস্তত হোৱা খবৰ আহিছিল। কিন্তু এইবাৰ বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) এই কথা জানিব দিছে।
এতিয়ালৈকে সমগ্ৰ বিশ্বত COVID-19ত ১ কোটিকৈও বেছি ব্যক্তি আক্ৰান্ত হৈছে আৰু ৫ লাখতকৈও বেছি ব্যক্তি মৃত্যু হৈছে। সেই কাৰণে সকলোৱে ভয় আৰু আতংক মাজত দিন কটাব লগীয়া হৈছে।
WHO কোৱা মতে Astra Zeneca কোম্পানীয়ে COVID-19 ভেকচিন, Chadox1ncov-19 ভেকচিন বিধৰ পৰীক্ষন অন্তিম পর্যায়ত উপনিত হৈছে। যাক AZD1222 বুলিও কোৱা হয়।
WHO মূখ্য বৈজ্ঞানিক হিচাপে কাৰ্যনিৰ্বাহ কৰা সৌম্য স্বামীনাথনে জনাইছে যে AZD1222 ভেকচিন মানুহৰ দেহত পৰীক্ষণ অন্তিম পর্যায়ত উপনিত হৈছে।
WHO কোৱা মতে আকল এটা কোম্পানীয়ে নহয়, আৰু বহুকেইটা কোম্পানীয়ে ভেকচিনৰ কাম কৰি আছে। Moderna কোম্পানীয়েও COVID-19 ভেকচিন mRNA 1273 প্রস্তত কৰি উলিয়াবলৈ চেষ্টা কৰি আছে। কিন্তু বৰ্তমান সময়ত Astra Zeneca কোম্পানীৰ উপৰত WHO বেছি বিশ্বাস আছে।

Post a Comment
Please do not enter any spam link in the comment box.