![]() |
Photo source: Google |
আমাৰ এই পৃথিৱী খনত এনে কিছুমান জীৱ জন্তু বৈজ্ঞানিক সকলে আবিষ্কাৰ কৰিছে , সেইবিলাকৰ ভিতৰত কিছুমান বহুতেই আচৰিত আৰু ভয়ানক। ইয়াৰ ভিতৰত বেছি ভাগেই সমুদ্ৰ পানী আৰু গভীৰ জংঘলৰ মাজত পোৱা গৈছে।
Stone fish, এবিধ সাগৰীয় মাছ। শিলৰ নিচিনা দেখিবলৈ ধুনীয়া, কিন্তু এই মাছ বিধে ৫ ছেকেণ্ডত আপোনাৰ মৃত্যু ঘটাব পাৰে। এনে একো মেডিচিন নাই, যি আপোনাক সাগৰীয় মাছ বিধৰ বিষৰ পৰা বচাব পাৰিব।
Stone fish সাধাৰণতে সমুদ্ৰৰ গভীৰ পানীত পোৱা যায়, কিন্তু কেতিয়াবা সমুদ্ৰৰ পানী ঢৌৱত উপৰলৈ উঠি অহা দেখা যায়। যদি ভুলতে আপোনাৰ ভৰি মাছটো উপৰত পৰি যায় আৰু ভৰিত অকনমান বিষ লাগে, লগালগ আপোনাৰ ভৰি কাটি পেলাব লাগিব নহ'লে মৃত্যু অনিবাৰ্য্য।
এই মাছটো দেখাত শিলৰ দৰে হোৱা কাৰণে সহজে চিনি পোৱা নাযায়। সমুদ্ৰত পোৱা ৰঙীণ শিলৰ লগত মিলি থাকে। কেতিয়াবা সাগৰৰ বালিত ৰঙীণ শিল দেখা পালেও ভাল দৰে লক্ষ্য নকৰাকৈ হাত-ভৰি লগাব নালাগে।
Stone fish ইমানেই বিষাক্ত যে, যদি এটা পুখুৰীত এটা টোপাল বিষ পেলাই দিয়া হয়, গোটেই পুখুৰীৰ পানী বিষাক্ত কৰি পেলাব। যিমান মানুহে সেই পানী খাব সকলোকে মৃত্যু মুখত পেলাব পাৰে, কব পাৰি যে এটা টোপাল বিষে লাখ লাখ মানুহৰ মৃত্যু ঘটাব পাৰে।
দেহৰ পৰা যেতিয়া তেতিয়া বিষ ওলাই নাথাকে, যেতিয়া কিবা ওজন মাছটো দেহৰ উপৰত পৰে বা কেতিয়াবা আক্ৰমণৰ বলি হ'ব লগা হয়, তেতিয়া নিজকে বচাবলৈ মাছটো দেহৰ পৰা বিষাক্ত বিষ প্রয়োগ কৰে।

Post a Comment
Please do not enter any spam link in the comment box.