সুৰক্ষা এজেন্সি ৰিপোৰ্ট, এইবাৰ আকৌ পাকিস্তানি সেনাৰ চকু জন্মু কাশ্মীৰ উপৰত | Asomiya Khabar

Pakistan army
Photo  source: Google 

২০২০ দেশৰ বাবে এটা বহুতেই বেয়া বছৰৰ হিচাপে পৰিগণিত হৈছে। এই বছৰটোতে কৰোনাই ভাৰতত ভয়ানক ৰূপ লোৱাৰ লগতে ভাৰতত চীন সীমান্তত সংঘটিত হোৱা সংঘাতে দেশত উদ্বিগ্ন পৰিস্থিতি সৃষ্টি কৰিছে। ভাৰত চীন সীমান্তত সংঘটিত হোৱা সংঘাত ২০ সেনা ছহিদ হব লগা হোৱা ঘটনাই পৰিস্থিতি আৰু ভয়াবহ কৰি তুলিছে।

লাডাখ সীমান্তত চীনৰ সেনাৰ ধপধপনি কমাই নাই আনফালে ভাৰত পাকিস্তান এল অ ছি পৰা দেশৰ বাবে বেয়া খবৰ আহিছে। মিডিয়া ৰিপোৰ্ট মতে সুৰক্ষা এজেন্সি খবৰ পাইছে যে পাকিস্তানি সেনাৰ সহায়ত জন্মু-কাশ্মীৰত আতংবাদি সোমাবলৈ চেষ্টা কৰি আছে। সেইকাৰণে সীমাত সঘনাই যুদ্ধ বিৰতিৰ উলঙ্ঘন হৈ আছে।

মিডিয়াই পোৱা খবৰৰ ম মিডিয়াই তে, পাকিস্তানি সেনাই ভাৰতীয় সেনা উপৰত আক্রম কৰিবলৈ সীমাত সেনাক এক্টিভ কৰি ৰাখিছে।

সুৰক্ষা এজেন্সি মতে, ভাৰত আৰু চীনৰ মাজত চলি থকা সংঘাতৰ লাভ উঠাব বিচাৰে পাকিস্তানে। কিন্তু পাকিস্তানে এইটো বুজা নাই ভাৰতীয় সেনা একে সময়তে চীন, পাকিস্তান লগত যুদ্ধ কৰিবলৈ সক্ষম আৰু ভাৰতীয় সেনাৰ চেষ্টা আৰু পৰাক্ৰমত চীনৰ সেনা পিচুৱাবই যাবলৈ সাজু হৈছে, এইয়া ভাৰতৰ কাৰনে এটা ডাঙৰ সফলতা।

আনফালে জম্মু-কাশ্মীৰত আতংকি সংগঠন লগত সম্পৰ্ক থকা আতংকি সেনাই এনকাউন্টাৰ কৰি আছে। এনে সময়ত পাকিস্তানৰ এটা সৰু ভুলেই পাকিস্তানৰ কাৰণে ডাঙৰ বিপদৰ মাতি আনিব পাৰে।

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post