আকৌ আহিছে বলীউদৰ অভিনেতা চলমান খানৰ বিয়া খবৰ, এইবাৰ তেওঁ জনালে তাৰিখ | Asomiya Khabar

Salman Khan
Photo source: Instagram 

বলীউদ অভিনেতা চলমান খানৰ বন্ধু বান্ধৱী সকলৰ বাবে হয়তো আহিব পাৰে এটা ভাল খবৰ। হয় সোনকালেই চলমান খানৰ বিয়া হব পাৰে।
  
২০ বছৰৰ ধৰি সকলোৱে আগ্রহে অপেক্ষা কৰি আছে । বহু সময়ত চলমান খানৰ বিয়া খবৰে ছচিয়েল মিডিয়া আৰু সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে। কিন্তু এইবাৰ অভিনেতা জনে মাহ আৰু তাৰিখ জনাই দিলে, কিন্তু বছৰ উল্লেখ কৰা নাই।

বহুতে বহুত সময়ত এই প্রশ্ন চলমান খানক কৰি আহিছে। কিন্তু তেওঁ উত্তৰ দিয়া পৰা বিৰত থাকে।
অলপতে এটা খবৰ প্রকাশ পাইছে, ভাৰতৰ টেনিছ খেলুৱৈ ছানিয়া মির্জাই চলমান খানক কেতিয়া বিয়া কৰাব বুলি সোধা প্ৰশ্নৰ উত্তৰ চলমান খানে কয় "১৮ নবেম্বৰ পৰা ২৫ নবেম্বৰ ভিতৰত বিয়া পাতিব। তেওঁ আকৌ কয় নহয় ১৮ নবেম্বৰ।" কিন্তু কোন বছৰৰ ১৮ নবেম্বৰ সেইটো উল্লেখ নকৰিলে। এই কথা দৈনিক ইংৰাজী খবৰ ইন্ডিয়ান এক্সপ্রেছত প্রকাশ পাইছে।

খবৰৰ মতে চলমান খাননে অলপ দিন ধৰি মডেল Yuliya Vantur লগত দেখা পোৱা গৈছে।
উল্লেখ্য যে চলমান খানৰ দেউতাক চালীম খান আৰু মাক চলমা খানৰ বিবাহ ১৮ নবেম্বৰ তাৰিখতে হৈছিল আৰু তেওঁ সৰু ভনীয়েক অর্পিতা, বিয়া ২০১৪ চনৰ ১৮ নবেম্বৰতে হৈছিল।

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post