সুশান্ত সিং ৰাজপুতৰ পাছত আকৌ এগৰাকী ১৬ বছৰীয়া টিক টক ষ্টাৰ আত্মহত্যা | Asomiya Khabar

Riya kakkar
Photo source: Instagram  

কৰোনা ভাইৰাচৰ লগতে দেশত আত্মহত্যা ঘটনা দিনক দিনে বাঢ়িব ধৰিছে। সুশান্ত সিং ৰাজপুতৰ মৃত্যু পাছত আৰু এটা বেয়া খবৰ আহিছে।

খবৰৰ মতে ফেমাস টিক টক ষ্টাৰ ছিয়া কাক্কাৰ আত্মহত্যা কৰিলে। তেওঁ বয়স মাত্র 16 বছৰৰ আছিল। তেওঁ আত্মহত্যা কাৰণ কি আছিল, কিয় ইমান কম বয়সতে আত্মহত্যা পথ বাছি ল'ব লগা হ'ল জানিব পৰা নাই।

খবৰৰ মতে, তেওঁ মৃত্যু ২০ ঘন্টা আগত ইনস্টাগ্রাম একাউন্ট ষ্টৰি পোষ্ট কৰিছিল। তেওঁ ইনস্টাগ্রামত একাউন্ট ১ লাখতকৈ বেছি ফল্লৱেৰ্স আছিল। টিক টকত ১ মিলিয়ন ফল্লৱেৰ্স আছিল। তেওঁ এগৰাকী জনপ্ৰিয় কলাকাৰ আছিল। তেওঁ বহুকেইটা সংগীত ভিডিও কাম কৰিছিল।

এনে এগৰাকী কলাকাৰৰ দুখজনক মৃত্যুক তেওঁ বন্ধু বান্ধৱী সকলৰে সহজে বিশ্বাস কৰিব পৰা নাই আৰু সকলোৱে জানিব বিচাৰে যে এনে এগৰাকী কলাকাৰ ইমান কম বয়সতে কিয় আত্মহত্যা কৰিব লগা হ'ল।

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post