![]() |
Photo source: Twitter |
এফালে কৰোনা তাতে আকৌ আনফালে বানপানী, সাধাৰণ নাগৰিক পানীত হাঁহ নচৰা অৱস্থা হৈছে। বতমান অসমত ২৪ খন জিলাৰ ২,০১৫ গাঁৱ পানী তলত আছে। কমেও ১৩ লাখ মানুহ বানপানীত প্ৰভাবিত হব লগা হৈছে।
এই সমস্যাৰ মাজত এজন বিধায়কৰ এটা ভিডিও ছচিয়েল মিডিয়া ভাইৰেল হৈ পৰিছে। যত তেওঁ পানী মাজত আবদ্ধ হৈ থকা মানুহ বিলাক পানী নামি সুৰক্ষিত স্থানলৈ নিবলৈ সহায় কৰি আছে।
হয় তেওঁ খূম্তাই বিধানসভা সমস্তি বিধায়ক মৃনাল শইকীয়া। তেওঁ টুইটাৰ ভিডিও পোষ্ট কৰি লিখে "মোৰ বিধানসভা সমস্তিত বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। গাঁৱৰ ভিতৰত বহুত মানুহ আবদ্ধ হৈ আছিল। আমি মানুহ খিনি উদ্ধাৰ কৰিব চেষ্টা কৰি আছোঁ। গাঁৱত যথেষ্ট পৰিমাণে পোহনীয়া জীৱ জন্তু আছিল, আজি মই কেইবা হাজৰ জীৱ জন্তু উদ্ধাৰ কৰিব পাৰি বহুতেই আনন্দিত।"
এই ভিডিও শইকীয়াই এখন কলৰ নাওঁত মাইকী মানুহ আৰু সৰু লৰা ছোৱালীক এককাল পানীত নামি সুৰক্ষিত স্থানলৈ নি আছে। অসমৰ এই ভয়ানক বানপানী আৰু ভূমিস্খলন 70 জনৰ মৃত্যু হৈছে।
যোৱা কিছুদিন ধৰি নেৰা নেপেৰাকৈ দিয়া বৰষুণ ফলত নদী পানী বাঢ়ি যায় আৰু মথাউৰি বেয়াকৈ বিধ্বস্ত হোৱা ফলত ভয়ানক বানপানী হয়। মুখ্যমন্ত্ৰী সর্বানন্দ সোনোৱালে পৰিস্থিতি নিৰীক্ষণ কৰি বেয়া হোৱা মথাউৰি নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিছে।

Post a Comment
Please do not enter any spam link in the comment box.