![]() |
Photo source: Google |
যদিও চীনে দখল কৰা ভাৰতৰ ভূমি এৰি যাবলৈ বাধ্য হ'ল, তথাপিও ভাৰত চীন সীমান্তত চলি থকা সীমা বিবাদ সম্পূৰ্ণ ৰূপে সমাধান হোৱা নাই, কিন্তু এতিয়াও ভাৰতীয় সেনা আৰু চীনৰ সেনাৰ মাজত আলোচনা অব্যাহত ৰাখিছে।
যেতিয়া চীন ভাৰতৰ যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছিল, তেতিয়া আমেৰিকাই সম্পূৰ্ণ ৰূপে ভাৰতক সমৰ্থন কৰিছিল। এইবাৰ আকৌ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড্রনাল ট্রাম্পে এটা বক্তব্যত কয় যে "ভাৰত আৰু চীনৰ জনসাধাৰণৰ শান্তি কাৰণে যিমান সম্ভৱ চেষ্টা কবিৰ বিছাৰো। ভাৰতত জনসাধাৰণক আমি ভাল পাওঁ আৰু চীনৰ জনসাধাৰণৰ প্রতিও আমাৰ ভালপোৱা আছে আৰু তেওঁলোকৰ শান্তি শৃংখলা বজাই ৰাখিবলৈ যিমান সম্ভৱ পাৰি চেষ্টা কৰিব বিছাৰো।" এই কথা তেওঁ এখন সংবাদ মেলত সুধা এটা প্ৰশ্ন উত্তৰত কয়।
তেওঁক সুধা হৈছিল যে ভাৰত আৰু চীনৰ মাজত লাডাখত সীমা বিবাদ চলি আছে, আৰু এই বিষয়ত ড্ৰনাল ট্ৰাম্প ভাৰতক কি মেছেজ দিব বিচাৰে।
ইয়াৰ আগতেও ৱাইট হাউছৰ পৰিচালক গৰাকীয়ে কৈছিল যে ভাৰত আৰু আমেৰিকা বন্ধু দেশ। ৰাষ্ট্ৰপতি ড্ৰনাল ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোডী ভাল বন্ধু।
ভাৰত আৰু আমেৰিকাৰ মাজত যি বন্ধুত্ব গঢ় লৈ উঠিছে, সেইটো সমগ্ৰ বিশ্বতে আলোচনা কেন্দ্র হৈ পৰিছে। চীনেও ভয় কৰিছে আমেৰিকাৰ আৰু ভাৰতৰ বন্ধুত্ব আৰু শক্তি উপৰত। চীনে ভাৰতক বাৰ বাৰ আলোচনা কৰি সমস্যাৰ সমাধান কৰিবলৈ আহ্বান জনাই আছে।

Post a Comment
Please do not enter any spam link in the comment box.