![]() |
Photo source: Google |
চীনৰ কথা মতে উঠা বঢ়া কৰা নেপাল, এইবাৰ আকৌ নতুন নাটক আৰম্ভ কৰিছে।
এইবাৰ এনেকুৱা এটা দাবী কৰিছে যে প্ৰত্যেকজন ভাৰতীয় খং উঠাটো স্বাভাৱিক।
কোনেও কল্পনা কৰিব পৰা নাছিল নেপালে এনেকুৱা এখন কমেডি নাটক আৰম্ভ কৰিব।
নেপালৰ জনতাক প্ৰায়ে সমালোচনামূলক কথা কই বিপদৰ মাজলৈ ঠেলি দিয়া নেপালৰ পি এম কেপি অলিয়ে এইবাৰ দাবী কৰিলে যে ভগৱান ৰাম হেনো নেপালী আছিল।
অলিয়ে আৰু কয় যে "ভাৰতৰ যি অযোধ্যা আছে সেয়া প্রকৃত অযোধ্যা নহয়, প্ৰকৃত অযোধ্যা নেপালত আছে, আৰু ভগৱান ৰাম নেপালী।"
কিন্তু পি এম অলিয়ে এনেদৰে দাবী কৰা পাছতেই, সকলো ফালৰ পৰা সমালোচনা সন্মুখীন হব লগা হৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাটী আৰু পূৰ্ব প্রধানমন্ত্রী কমল নাথ থাপাই বিৰোধ কৰিছে।
তেওঁ টুইট কৰি কয় যে "এখন দেশৰ এজন প্ৰধানমন্ত্ৰীয়ে এনেধৰণৰ অবাস্তৱিক আৰু অপ্ৰমানিত কথা কোৱাটো উচিত নহয়। এনেকুৱা লাগিছে যেন অলিয়ে ভাৰত আৰু নেপালৰ মাজৰ সম্পৰ্ক আৰু বেয়া কৰিব চেষ্টা কৰিছে, এই সময়ত তেওঁ ভাৰত আৰু নেপালৰ মাজত চলি থকা উত্তেজনাপূৰ্ণ পৰিস্থিতি ঠিক কৰিবলৈ কাম কৰিব লাগিছিল।"
উল্লেখ্য যে নেপাল চৰকাৰে ভাৰতৰ কালাপানী আৰু লিম্পিযাঘুৰাক নেপালৰ ভূমিত অন্তৰ্ভুক্ত কৰি মানচিত্র প্ৰস্তুত কৰাক লৈ, ভাৰত পূব নেপালত অলি চৰকাৰ বিৰোধ হৈ আছে আৰু কভিদ-১৯ সংক্ৰমন ৰোধ কৰিবলৈ বিফল হোৱাৰ কাৰণেও নেপালৰ নাগৰিক খং আছে চৰকাৰৰ ওপৰত। সেই কাৰণে এনেকুৱা ধৰণৰ অবস্থাত কথাই মানুহৰ ধ্যান সলনি কৰিবলৈ চেষ্টা কৰিছে।

Post a Comment
Please do not enter any spam link in the comment box.