![]() |
Photo source: Google |
ভাৰতত কৰোনা ভাইৰাচৰ সংক্ৰমন দিনে দিনে বৃদ্ধি পাই আহিছে। ভাৰত এতিয়া বিশ্বৰ কৰোনা আক্ৰান্ত দেশ সমূহৰ ভিতৰত চতুৰ্থ স্থান পালেগৈ। আৰু সম্ভৱ বেছি দিন নালাগিব বিশ্বৰ ভিতৰত সবাতোকৈ বেছি কৰোনা সংক্ৰমন দেশ হবলৈ।
কিন্তু যেতিয়া ভাৰতত লকডাউন ঘোষণা কৰা হৈছিল তেতিয়া ভাৰতত 1 হাজাৰৰো কম মানুহ কৰোনাত আক্ৰান্ত আছিল আৰু এতিয়া ভাৰতৰ কৰোনা আক্ৰান্ত সংখ্যা মন কৰিলে সকলোৱে বুজিব যে লকডাউন সম্পূৰ্ণ ৰূপে বিফল হ'ল।
লকডাউনে কৰোনা সংক্ৰামক ৰোধ কৰাৰ ওপৰত কোনো প্ৰভাব পেলাব নোৱাৰিলে কিন্তু ভাৰতৰ অৰ্থনীতি বহুতেই বেয়াকৈ প্রভাব পেলালে।
এতিয়া দেশত কৰোনা ভাইৰাচৰ লগতে ভাৰতৰ অৰ্থনীতি বিষয়েও আলোচনা কৰিবলৈ ধৰিছে। অর্থনীতিবিদ সকলে কোৱা মতে, যদিও আমি কৰোনা ভাইৰাচৰ পৰা বাছি যাওঁ, তথাপিও আমাৰ কৰনে অৰ্থনীতি সংকটৰ পৰা পৰিত্ৰাণ পোৱাটো সম্ভৱ নহ'ব।
Demonetisation আৰু GST পাছৰে পৰা ভাৰতৰ অৰ্থনীতি ইমান ভাল নাছিল। GDP বহুতেই কম আছিল, তাতে এতিয়া কৰোনা মহামাৰী লগতে লকডাউনে আৰু এখোজ তললৈ নমাই আনিলে।
লকডাউন জাৰি কৰা পৰাই সমগ্ৰ জনজীৱন স্তব্ধ হৈ পৰিছিল। দিন হাজিৰা কৰি খোৱা লোক সকলৰ আৰু বহি ৰাজ্যত কাম কৰা লোক সকলৰ দুৰবস্থা সকলোৱে দেখিছেই। ইমান মন্ত্ৰী, বিধায়ক, নেতা, পালি নেতা থকা সত্বেও এওঁলোকৰ কাৰণে বিশেষ ব্যৱস্থা লোৱা দেখা নগ'ল।
তাৰ লগতে লাখ-লাখ মানুহৰ হাতত কোনো কাম কাজ নাইকীয়া হল। সৰুৰ পৰা ডাঙৰ সকলো কোম্পানী বন্ধ হৈ গ'ল। ডিজিটেল ইন্ডিয়া সপোন দেখা ভাৰত, আজি বিজ্ঞাপনৰ ৰেভিনিউ অভাৱত অনলাইনৰ সকলো কাম কাজ বন্ধ হৈ আছে।
ভাৰতৰ সন্মানীয় প্রধানমন্ত্রী মোডী ডাঙৰীয়াই 20 হাজাৰ কোটি পেকেজ ঘোষণা কৰিলে, হয় এইটো এটা ভাল খবৰ। কিন্তু এইটো এটা ভালে পেকেজ তেতিয়াহে হল হয় , যদিহে কৰোনা আৰু লকডাউন নথকা অবস্থাত ঘোষণা কৰিলে হয়।
কিন্তু এতিয়া গাড়ী মটৰ, বজাৰ সমাৰ, দোকান, ৰাস্তা ঘাট বন্ধ খকা অবস্থাত 20 হাজাৰ কোটি পেকেজৰ পৰা বেংকৰ লোন লৈ কোনে কি ব্যৱসায় বাণিজ্য আৰম্ভ কৰিব সেইটো লক্ষ্যণীয় হব।

Post a Comment
Please do not enter any spam link in the comment box.