![]() |
Photo source: Google |
ভাৰত চীন সীমান্তত গলবান ঘাটিত ভাৰত আৰু চীনৰ সৈনিক মাজত হোৱা কাজিয়াত ভাৰতৰ তিনিজন সৈনিকৰ ছহিদ হব লগা হল।
ভাৰত আৰু চীনৰ মাজত বহুত দিনৰ পৰা বিবাদ চলি আছিল। এতিয়া সেই বিবাদ আৰু বেছি বেয়া হবলৈ ধৰিছে। সোমবাৰে ৰাতি দুয়োখন দেশৰ সৈনিকৰ মাজত হোৱা কাজিয়া ভয়ানক পৰিস্থিতি সৃষ্টি হয়। আৰু ভাৰতৰ তিনিজন সৈনিক দুজন চিপাহি, এজন অফিছাৰ ছহিদ হয়।
এই ঘটনা তেতিয়া সংঘটিত হৈছিল, যেতিয়া সোমাবাৰে ৰাতি দুই পক্ষ্য সেনাৰ মাজত আলোচনা মাজেৰে সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰা হৈছিল।
খবৰৰ মতে অকল ভাৰতৰ সৈনিকে নহয় চীনৰ সৈনিকও মৃত্যু হৈছে। কিন্তু এই কাজিয়া মাজত গুলিয়া গুলি হোৱা নাছিল। চীনৰ ৫ জন সৈনিকৰ মৃত্যু হৈছে। কিন্তু চীনৰ মিডিয়াই এই খবৰ প্রকাশ কৰা নাই।
Post a Comment
Please do not enter any spam link in the comment box.