![]() |
Photo source: Google |
ভাৰত চীন সীমান্তত সংঘটিত ঘটনাত ভাৰতৰ 20 জন সেনা ছহিদ হোৱা পাছতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এখন সর্বদলীয় বৈঠক আহবান কৰে। এই বৈঠকত সকলো দলৰ পার্থিসকলক আমন্ত্ৰিত কৰিছিল। বৈঠকৰ পৰাই প্রধানমন্ত্ৰী মোডীয়ে চীনক সকিয়াই দিয়ে আৰু কয় যে "ভাৰতে শান্তি আৰু বন্ধুত্ব বজাই ৰাখিব বিচাৰে। কিন্ত আত্মঅভিমান ৰক্ষা কৰাটো সর্বপ্রথম।"
বৈঠকত প্রধানমন্ত্ৰী মোডীয়ে কয় "মই ছহিদ সকলৰ পৰিয়ালক বিশ্বাস দিব খোজো যে সমগ্ৰ দেশ আপোনালোকৰ লগত সদায় থাকিব। সমগ্ৰ দেশবাসীয়ে তেওঁলোকক প্রনাম জনাইছে। ভাৰত মাঁ উপৰত চকু দিয়া সকলক উচিত শিক্ষা দি তেওঁলোক ছহিদ হৈছে।" প্রধানমন্ত্ৰী মোডীয়ে আৰু কয় যে "আজি আমাৰ ওচৰত ক্ষমতা আছে, কোনেও আমাৰ ভূমি উপৰত চকু দিব নোৱাৰে।
আজি আমাৰ সৈনিক বেলেগ বেলেগ দিশৰ পৰা একেলগে আগ বাঢ়ি যোৱাত সম্পূৰ্ণ সক্ষম। মই সকলো ৰাজনৈতিক দল আৰু দেশবাসীক বিশ্বাস দিব খোজো যে, আমাৰ সেনাই দেশৰ সীমা সুৰক্ষা কৰিবলৈ সম্পূৰ্ণ সক্ষম আৰু সেনাক সম্পূৰ্ণ অধিকাৰ দি দিয়া হৈছে, এতিয়া সেনাই সকলো সিদ্ধান্ত নিজে লব পাৰিব।"
এই বৈঠকত মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰীয়ে প্রধানমন্ত্ৰী মোডী সমৰ্থন কৰি কয় যে "আমি সকলো এক, আমি প্রধানমন্ত্ৰী মোডী আৰু ভাৰতীয় সেনাৰ লগত আছোঁ।" তেওঁ আৰু কয় ভাৰতৰ দুর্বল নহয় এখন শক্তিশালী দেশ, আমি সকলো একেলগে আছোঁ এয়াই আমাৰ শক্তি, প্রধানমন্ত্ৰী জি আমি আপোনাৰ লগত আছোঁ। আমি সেনা আৰু তেওঁলোকৰ পৰিয়ালৰ লগত আছোঁ।"
তেওঁ আৰু কয় " হয় ভাৰতে শান্তি বিচাৰে, কিন্তু সেইবাবেই এইটো নহয় যে আমি দুর্বল। বিশ্বাসঘাত চীনৰ চৰিত্ৰত আছে , ভাৰতক দুর্বল বুলি ভবাতো আৰু ভাৰতৰ ভূমি উপৰত চকু দিয়াটো চীনৰ এটা ডাঙৰ ভুল। ভাৰতৰ ভূমিত চকু দিয়া সকলক চকু হাতত দি দিয়া ক্ষমতা ভাৰতিয় সেনাৰ আৰু ভাৰত চৰকাৰৰ আছে।

Post a Comment
Please do not enter any spam link in the comment box.