2020, বছৰটোতে 5 গৰাকীৰ জনপ্ৰিয় বলীউদ অভিনেতা আমাৰ মাজত পৰা আতৰি গ'ল | Asomiya Khabar

Sushanta Singh  Rajput
Photo source: Google 

2020, এই বছৰটোৰ বলীউদ কাৰণে বহুতেই বেয়া। কাৰণ এই বছৰটোতে জনপ্ৰিয় বহুকেইগৰাকী বলীউদ অভিনেতা আমাৰ মাজৰ পৰা আতৰি গল। ঋষি কাপুৰ, ইফান খান, বাজিট খান আৰু সুশান্ত সিং ৰাজপুতৰ মৃত্যৱে বলীউদত বহুতেই বেয়া আঘাত কৰিলে।

14 মে দেওবাৰ সুশান্ত সিং ৰাজপুতে মুম্বাই নিজৰ বাসগৃহত ফাঁচী লগাই আত্মহত্যা কৰে। তেওঁ কিয় এই সিদ্ধান্ত লব লগীয়া হল, সেই কথা জানিব পৰা হোৱা নাই। পুলিচে বিষয়টো লৈ অনুসন্ধান কৰি আছে। কিন্তু এটা কথা উল্লেখ কৰিবলগীয়া যে এক সপ্তাহ আগতে তেওঁ পুৰণি মেনেজাৰ জনেও আত্মহত্যা কৰিছিল।

পুলিচে জনোৱা মতে মুম্বাই এটা বিল্ডিংৰ 14 নম্বৰ মহলাত ঘটনা সংঘটিত হৈছিল, আৰু জনাই যে খবৰ পোৱা লগে লগে তেওঁলোক আহে আৰু ওচৰৰ হস্পিতল লৈ যোৱা হয়, কিন্তু ডাক্তাৰে মৃত বুলি ঘোষণা কৰে। এই সময়ছোৱাত তেওঁ ৰুমৰ পৰা কোনো ধৰণৰ নোট পোৱা নাই। তেওঁলোকে সোধপোছ আৰম্ভ কৰিছিছে, বন্ধু বান্ধৱী সকলৰ লগতো সোধপোছা কৰা হইছে। আৰু খুব সোনকাল সবিশেষ জানিব পৰা যাব।

ঘৰৰ কাম কৰা মানুহে জনোৱা মতে, তেওঁ শনিবাৰ পৰাই মানসিক ভাৱে চিন্তাত আছিল।
দেওবাৰে যেতিয়া বহুতো দেৰি লৈকে দুৱাৰ খোলা নাছিল, তেতিয়া তেওঁ হাতত থকা চাবিয়ে খুলি দেখে সুশান্ত দেহ ফেনত ওলমি আছে, আৰু তেওঁৱে পুলিচক খবৰ দিয়ে।

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post