![]() |
Photo source: Google |
দেশত চলি থকা লকডাউন 4.0 সমাপ্ত হোৱাৰ পাছত আকৌ লকডাউন 5.0 আৰম্ভ হব নেকি তাকে লৈ সকলোৱেই মনত এক চিন্তা আছিল।
এতিয়া সেই সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ ওপৰত দিছে।
যিহেতু অসমৰ অবস্থা ইমান বেয়া নহয় আৰু অসমত যিমান কৰোনা আক্ৰান্ত সংখ্যা আহিছে সকলো কোৱাৰেন্টীনত থকা সদস্য, বাহিৰত কোনো গণসংক্ৰমন নাই। সেয়ে লকডাউন বঢ়াৰ সম্ভাৱনা অসমত আৰু নাই।
1 জুনৰ পৰা অসমত নাথাকিব লকডাউন। এইবাৰ চৰকাৰে শ্বপিং মল, বিউটি পার্লাৰ আৰু জিম খুলি দিয়াৰ সম্ভাৱনা আছে। অৱশ্যে নিশাৰ ভাগত সান্ধ্য আইন অব্যাহত থাকিব কিন্তু সময় পুৱা 7 বজাৰ পৰা 8 বজালৈ কৰা সম্ভাৱনা আছে।
ধর্মীয় অনুষ্ঠানসমূহ চৰ্তসাপেক্ষে খুলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মন্দিৰ বা মছজিদলৈ 10 জন মানুহ যাব পাৰিব। সামাজিক দুৰত্ব বজাই ৰাখিব লাগিব। শিক্ষা অনুস্থান বন্ধ থাকিব, মাত্র 15 জুনৰ পৰা দশম আৰু দ্বাদশ শ্রেণী পাঠদান আৰম্ভ হব।
কিন্তু এতিয়াও চৰকাৰে আনুষ্ঠানিক ঘোষণা কৰা নাই।

Post a Comment
Please do not enter any spam link in the comment box.