Trading Scams: YBY বাম্পাৰ অফাৰ! ১ লাখত এমাহৰ লাভ ১ লাখ ৮০ হাজাৰ টকা!


YBY Scams

YBY নামৰ এটা এপে বিশ্বনাথ চাৰিআলিৰ একাংশই লোকে  ১৫০ কোটি টকা হেৰুৱালে। বহুতো যুৱক যুৱতীয়ে কম সময়ত বহুত বেছি পইছা ইনকম কৰা আশাত YBY নামৰ ট্ৰেডিং এপত ধন বিনিয়োগ কৰিছিল। কিছুমানে নিজৰ দোকান পোহাৰো বন্ধ কৰি এই ব্যৱাসায়ীও উবুৰি খাই পৰিল YBY নামৰ ট্ৰেডিং এপত। কাৰণ YBY  বাম্পাৰ অফাৰ ১ লাখত এমাহৰ লাভ ১ লাখ ৮০ হাজাৰ টকা, YBY এপ টোৰ বিশ্বনাথ চাৰিআলিৰ একাংশই হেৰুৱালে ১৫০ কোটি টকা।


Trading Scams: বাম্পাৰ অফাৰ ১ লাখত এমাহৰ লাভ ১ লাখ ৮০ হাজাৰ টকা।  বহি বহি কোটিপতি হ’ব আপুনি। ১   লাখ টকাত ইনভেষ্ট কৰি এদিনতে লাভ হ’ব ৬০০০ টকা। ১ লাখ টকা বিনিয়োগ কৰি এমাহত ঘটিব পাৰিব ১ লাখ ৮০ হাজাৰ টকা। চহৰে নগৰে সাধাৰণ লোকক এনেদৰেই কোটিপতি হোৱাৰ সপোন দেখুৱাইছিল YBY নামৰ ট্ৰেডিং এপৰ গৰাকীয়ে। সকলোৰে মুখে মুখে চৰ্চা চলিছিল YBY নামৰ ট্ৰেডিং এপটোৰ বিষয়ে।


  ৬% লাভৰ লোভ  দেখাই গিলিছিল লাখ লাখ লোকে টকা।এমাহতে লাখপতি হোৱাৰ সপোন দেখি কষ্টেৰে উপাৰ্জন কৰা সমুদায় ধন বিনিয়োগ কৰিছিল YBY নামৰ ট্ৰেডিং এপটোত। সাধাৰণ বেহা বেপাৰ কৰি খোৱা লোক ৰাতিটোৰ ভিতৰতে হৈ পৰিছিল বিনিয়োগকাৰী। আন কাম কাজ বাদ দিছিল বহুজনে। আগতে এনে ধৰণৰ বহুত Scams হৈ থকা পাছতো বাৰে বাৰে সাধাৰণ মানুহক কেনেকৈ পালোভন দিব পৰিছে। 

  এই বিলাকক মানুহৰ ভুল বাবে হৈছে নে চৰকাৰে কোনো বিবস্তা নোলোৱা বাবে হৈছে, এইটো এটা চিন্তনীয় বিষয়।

  

যদি চৰকাৰে আৰু প্ৰশাসনে কোনো ধৰণৰ বিৱস্তা নল‌য় তেতিয়া হলে আকৌ এনে ধৰণৰ এপ্ৰ আহি সাধাৰণ মানুহক লুটি নি থাকিব।

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post