Photo source: Google |
অসম চৰকাৰে দুখীয়া মহিলাৰ সকলক অৰুণোদয়ৰ আঁচনিৰ ধন দি সহায় আগবঢ়াই আহিছিল, কিন্তু বহুত দিনৰ পৰাই ভুৱা হিতাধিকাৰীয়ে আঁচনিৰ ধন লাভ কৰাৰ অভিযোগ উঠি আহিছিল।
এতিয়া ভুৱাকৈ অৰুণোদয় আঁচনিৰ ধন লোৱা সকলৰ বিৰুদ্ধে কঠোৰ হৈছে বিত্তমন্ত্ৰী অজন্তা নেওগ।
ভুৱা অথবা কাৰোবাক মেনেজ কৰি হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত হোৱাসকলৰ আহিব পাৰে বিপদ।
যিসকলে অৰুণোদয় ধন নিয়মিত পাই আহিছে তেওঁলোক ঘৰে-ঘৰে চলিব অভিযান, লগত পুনৰ পৰ্যবেক্ষণ কৰা হ’ব অৰুণোদয় হিতাধিকাৰীক।
ইয়াৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰি দিছে বিশেষ দলে আৰু তন্ন তন্নকৈ পৰীক্ষা কৰিব হিতাধিকাৰীৰ সকলো নথিপত্ৰ তথা প্ৰকৃততে আঁচনিৰ পাব লগা হয় নে নহয়৷
ভুৱা তথ্য সংযোগ কৰি হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰা যিকোনো হিতাধিকাৰীৰ কৰ্তন হ’ব নাম।
যিসকলে ভুৱাকৈ অৰুণোদয়ৰ ধন লাভ কৰি আহিছে তেওঁলোকক শীঘ্ৰেই আত্মসমৰ্পন কৰিবলৈ সংবাদমাধ্যমৰ জৰিয়তে আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে।
লগতে যি সকল লোকে আঁচনিৰ ধন পাব লাগিছিল কিন্ত পোৱা নাছিল, তেওঁলোকৰ নাম সোনকালেই হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত হ'ব।
লগতে বিত্তমন্ত্ৰী অজন্তা নেওগে উল্লেখ কৰে যে ৰাজ্যত শীঘ্ৰেই দিব্যাংগ আঁচনি আৰম্ভ হ’ব।

Post a Comment
Please do not enter any spam link in the comment box.