![]() |
Photo source: Google |
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই কৰোনা ভেকচিনৰ নতুন বাৰ্তা প্ৰেৰণ কৰাৰ পাছত ভাৰত চৰকাৰে ইয়াৰ নিয়ম নীতি জাৰি কৰিছে। এই নিয়ম বাৰ্তা মতে এতিয়া পৰা কেন্দ্ৰীয় চৰকাৰে ৭৫ শতাংশ ভেকচিন কোম্পানীৰ পৰা কিনিব আৰু ৰাজ্য সমূহক বিনামূলীয়াকৈ প্ৰদান কৰিব। ইয়াৰ লগতে ১৮ বছৰৰ ওপৰৰ লোক সকলৰ ভেকচিন দিয়াৰ সকলো হিচাপ নিকাচ ৰাজ্য চৰকাৰক ৰাখিবলৈ অনুমতি প্ৰদান কৰিছে।
ইয়াৰ ওপৰিও ব্যক্তিগত হস্পিতেলত ভেকচিন মূল্য কোম্পানীয়ে নিৰ্ধাৰণ কৰিব। ৰাজ্য বিলাকে ১৫০ টকা কোম্পানীৰ মূল্যত কৈ বেছি লব পাৰিব।চৰকাৰৰ নতুন নিয়ম নিত সমূহ
- চৰকাৰে কোম্পানীৰ পৰা ৭৫ শতাংশ ভেকচিন কিনিব আৰু ৰাজ্য সমূহক বিনামূলীয়াকৈ প্ৰদান কৰিব। ৰাজ্য চৰকাৰে বিনামূলীয়াকৈ সকলোকে ভেকচিন প্ৰদান কৰিব।- কিন্তু কেন্দ্ৰীয় চৰকাৰে ৰাজ্যক বিনামূলীয়াকৈ প্ৰদান কৰা ভেকচিন সমূহ প্ৰথমে স্বাস্থ্য সেৱা লগত জড়িত সকলো, কৰোনা সংগ্ৰামত আগভাগ লোৱা সকল আৰু ৪৫ বছৰৰ ওপৰৰ সকলক প্ৰাধান্য দিব লাগিব। ইয়াৰ পাছত বাকী লোকসকলক দিয়া হ'ব।
- ১৮ বছৰৰ ওপৰৰ ভেকচিন দিয়া নিয়ম নিত সমূহ ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰিব।
- কৰোনা আক্ৰান্ত সংখ আৰু ভেকচিনৰ ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি কেন্দ্ৰীয় ৰাজ্যক ভেকচিন প্ৰদান কৰিব।
- ১৮ বছৰৰ ওপৰৰ ভেকচিন দিয়া নিয়ম নিত সমূহ ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰিব।
- কৰোনা আক্ৰান্ত সংখ আৰু ভেকচিনৰ ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি কেন্দ্ৰীয় ৰাজ্যক ভেকচিন প্ৰদান কৰিব।
- কেন্দ্ৰী চৰকাৰে ৰাজ্যক আগতীয়াকৈ জনাব যে এই মাহত কিমান ভেকচিন আহিব ৰাজ্যলৈ আৰু সেই অনুপাতে ভেকচিন দিবলৈ সুবিধা হ'ব।
- ভেকচিন নিমাত কোম্পানীৰ নিৰ্ধাৰণ কৰিব ব্যক্তিগত হস্পিতেলক ভেকচিন মূল্য, আৰু ১৫০ টকা লৈকে বেছি মূল্য ল'ব পাৰিব।
- সকলো নাগৰিকৰ বিনামূলীয়া ভেকচিনৰ অধিকাৰ আছে, কিন্তু যি সকলে ইয়াৰ মূল্য দিব পৰা সামৰ্থ আছে তেওঁলোকে ব্যক্তিগত হস্পিতেলত ভেকচিন লব পাৰিব।
-দুখীয়া দৰিদ্ৰ লোক সকলৰ কাৰণে RBI ফালৰ পৰা ভেকচিন প্ৰদান কৰিব।

Post a Comment
Please do not enter any spam link in the comment box.