![]() |
Photo source: Google |
বৃটেইনত এটি ৪ সপ্তাহৰ কেচুৱাক পৃথিৱীৰ ভিতৰতে দামী বেজী টো দিয়া হব।
আপোনি নিশ্চয় ভাবিছে যে এনেকুৱা কি বেমাৰ হল কনমাণি কেচুৱাটোৰ ১৬ কোটি টকীয়া ইনজেকচন দিব লগা হৈছে। এই বেমাৰতো নাম Genetic Spinal Muscular Atrophy চমুকৈ SMA বুলিও কোৱা হয়।SMA প্ৰকৃততে কি?
১৬ কোটি টকীয়া ইনজেকচন দিব লগা হোৱা বেমাৰ কথা শুনি সকলোৱে ভাবিবলৈ বাধ্য হ'বই লাগিব যে এইটো এটা ভয়ানক বেমাৰ হব, কাৰণ ইয়াৰ চিকিৎসা ইমানেই ব্যয়বহুল। Genetic Spinal Muscular Atrophy এনেকুৱা এটা বেমাৰ যিটো জন্মগত হয়, শৰীৰত SMN-১ জিন কম হোৱা কাৰনে হয়। এই বেমাৰ হলে বুকুৰ মাংসপেশী কমি যাই আৰু উশাহ নিশাহ লোৱাত কষ্ট হয়, লাহে লাহে বেছি হৈ মৃত্যু হয়।এই বেমাৰ সাধাৰণতে কেচুৱাৰ অবস্থাত হয়, বৃটেইনত এই বেমাৰ বেছিকৈ হোৱা দেখিবলৈ পোৱা যায়। প্রতি বছৰত ৬০-৭০ টা কেচুৱাৰ এই বেমাৰ লৈ জন্ম লয়।
SMA দাম ইমান বেছি কিয়?
বৃটেইনত এই বেমাৰটো বেছিকৈ দেখা যায়, কিন্তু তাতেই ইয়াৰ মেডিচিন নবনাই। এই মেডিচিন বৃটেইনে আমেৰিকা জাপান আৰু জাৰ্মানীৰ পৰা আনিব লগীয়া হয়। এই দৰব বিধৰ নাম Jolgensma আৰু জীৱনত এবাৰ প্ৰয়োগ কৰিলেই হয়।৩ বছৰ আগলৈকে এই বেমাৰ চিকিৎসা নাছিল, প্ৰথমে ২০১৭ এই মেডিচিন প্ৰস্তুত কৰি উলিয়াই ১৫ টা কেচুৱাৰ উপৰত প্ৰয়োগ কৰে, আৰু সকলো কেচুৱাই সুস্থ হৈ উঠে, তাৰ পাছৰে পৰা এই ইনজেকচন SMA ৰোগৰ চিকিৎসা হিচাপে প্ৰয়োগ কৰি আহিছে।
Post a Comment
Please do not enter any spam link in the comment box.