![]() |
Photo source: Google |
হিন্দী টি ভি জগতৰ মোহময়ী অভিনেত্ৰী ৰশ্মি দেছাই বহুত দিন ধৰি টি ভি জগতৰ পৰা আতৰি আছিল। বিগ্ বস্ টি ভি ৰিয়েলিটি শোত ভাগ লোৱা পাছৰে পৰা, তেওঁ অভিনয় পৰা আতৰি আছিল।
আৰু এতিয়া আকৌ অভিনয় জগতলৈ ঘূৰি আহিছে ৰশ্মি। এটা নতুন প্ৰজেক্ট লৈ ৰশ্মি দেছাই ঘুৰি অহা খবৰে তেওঁ বন্ধু সকলক বহুতেই আনন্দিত কৰিছে।কিন্তু তেওঁ নতুন প্ৰজেক্ট এইবাৰ টি ভি ধাৰাবাহিক বা ৰিয়েলিটি শো নহয়। তেওঁক দেখা পোৱা যাব O T T প্লেটফৰ্মত যাক ওৱেব চিৰিজ বোলি কয়।
ৰশ্মি দেছাই এইবাৰ তেওঁ চৰিত্ৰ আগতে অভিনয় কৰা চৰিত্ৰ কৈ বেলেগ হব। তেওঁ নিজে এটা সাক্ষাত্কা কৰি কৈছিল যে " এই ওৱেব চিৰিজ টো মোৰ প্ৰথম ওৱেব চিৰিজ, চিৰিজ টো নাম "তন্দুৰ" মই বহুত সুখী যে মই এই চিৰিজটো অভিনয় কৰিবলৈ সুবিধা পাইছো। মোৰ বাকি সকলো অভিনয় চৰিত্ৰকৈ বহুত বেলেগ হব।
তেওঁ আৰু কয় "এই চিৰিজটো অভিনয় কৰা অভিনেতা তনুজ ভিৰ্ৱনি লগত কাম কৰিবলৈ বহুত হেঁপাহ আছিল, আৰু অভিনয় কৰিবলৈ সুবিধা পাই বহুত ভাল লাগিছে। মোৰ জীৱনৰ এটা স্মৰণীয় অভিজ্ঞতা থাকিব, তনুজ ভিৰ্ৱনি লগত কাম কৰিও বহুত ভাল লাগিছে।
ৰশ্মি দেছাই কয় যে "তন্দুৰ কাহিনী বহুতেই কৌতূহলীক , এই কাহিনীটো এটা বিবাহিতা পতি পত্নী জীৱন লগত জড়িত। এটা হত্যাকাণ্ড হোৱা পাচতেই কেনেকৈ জীৱনৰ ৰং সলনি হৈ যাই, তাক লৈয়ে বনোৱা হৈছে।"
Post a Comment
Please do not enter any spam link in the comment box.