![]() |
Photo source: Google |
কৰোনা ভাইৰাচৰ কাৰণে বিশ্বৰ সকলো দেশে নতুন নতুন নিয়ম আৰু প্ৰণালীয়ে চিকিৎসা কৰিব চেষ্টা কৰিছে। বিশ্বৰ উন্নত দেশ বিলাকে বেছি পৰীক্ষা কৰা আৰু আছুতীয়াকৈ ৰখাৰ উপৰত বেছি গুৰুত্ব দিছে। কিন্তু বিকাশশীল আৰু দৰিদ্ৰ দেশৰ কাৰণে প্রয়োজনিয় সামগ্ৰী অভাৱত পৰীক্ষা কৰিবলৈ সমৰ্থ হোৱা নাই আৰু সকলো ধৰণৰ সজুলি যথেষ্ট পৰিমাণে উপলব্ধ নহয়।
কৰোনাভাইৰাচৰ সমগ্ৰ বিশ্বৰে মহামাৰী। সেই সময়ত কোনো দেশেই বেলেগ দেশক সামগ্ৰী দিব নিবিচাৰে। নিজৰে প্রয়োজনিয়তা পুনৰ কৰিব পৰা নাই। এনে অৱস্থাত বেলেগ দেশক সহায় কৰাতো অসম্ভৱ।
কৰোনা ভাইৰাচৰ পৰীক্ষা কৰিব কাৰনে যি যি সজুলি প্রয়োজন হয়, সেই সজুলিবোৰ সাধাৰণতে চীনে বেছিভাগ দেশলৈ প্ৰেৰণ কৰিছে। কিন্তু কেতিয়াবা কেতিয়াবা চীনৰ সামগ্ৰী বহুতেই নিম্ন মানৰ আৰু বেয়া আহে ।
সেই কাৰণে ভাৰতে নিজৰ প্রয়োজনিয় সামগ্ৰী বোৰ প্রস্তত কৰি উলিয়াইছে। এতিয়া চীনৰ পৰা কোনো বস্তু আনিব প্রয়োজন নাই আৰু চীনৰ পৰা বস্তু আনিবলৈ চীনক যিমান পইছা দিব লগা হৈছিল, তাৰ 10 শতাংশ পইছাই সেইখিনি বস্তু বনাবলৈ সক্ষম হৈছে। চীনে দেশ বিলাকৰ সমস্যাৰ সুযোগ লৈ বহুত বেছি দামত বেয়া বস্তুকে যোগান ধৰিব আহিছিল।
কিন্তু সমগ্ৰ বিশ্বতে যি হাৰত কৰোনা ভাইৰাচৰ সক্রমন বৃদ্ধি পাইছে, আৰু ইয়াৰ পৰীক্ষা কৰিবলৈ সামগ্ৰী অভাৱ হৈছে। সেই কাৰণে অধিক দাম দি হলেও দেশবিলাকে চীনৰ পৰাই ক্রয় কৰিব লগীয়া হৈছে। সেই সময়তে প্রয়োজনিয় সামগ্ৰী নিজে প্রস্তত কৰি ল'ব পৰাতো ভাৰতৰ কাৰনে এটা ডাঙৰ সফলতা।

Post a Comment
Please do not enter any spam link in the comment box.