দেশত কৰোনা মহামাৰী মাজতে চীনে ভাৰতৰ সীমান্তত পৰিস্থিতি বেয়া কৰিব চেষ্টা কৰিছে। চীনৰ সেনাই ভাৰতৰ সেনাক উচতাবলৈ কিছুমান উচতনি মূলক কাম কৰি আছে। ভাৰতিয় সেনাইও প্রতুত্য দি আছে।
ভাৰতে জনাই দিছে যে ভাৰত কেতিয়াও পিচুৱাই নাহে। দেশৰ বিকাশৰ কাম আৰু দেশৰ সীমা সুৰক্ষা কাম কৰি যাব।
ভাৰতে জনাই দিছে যে ভাৰত কেতিয়াও পিচুৱাই নাহে। দেশৰ বিকাশৰ কাম আৰু দেশৰ সীমা সুৰক্ষা কাম কৰি যাব।
এই ঘটনা পাছতে আচৰিত ভাৱে চীনে ভাৰতৰ পৰা চীনৰ নাগৰিক লৈ যোৱা সিদ্ধান্ত গ্ৰহণ কৰিছে।
দিল্লীত থকা চীনা দূতাবাসৰ পৰা জাননী জাৰি কৰিছে । আৰু জননী কোৱ হৈছে যে ভাৰতত থকা সকলো চীনা নাগৰিক ঘৰত জাবলৈ বিশেষ সুবিধা কৰি দিয়া হৈছে ।
যি সকল লোকে ঘৰত উভতি যাব বিচাৰে যাব পাৰিব, তেওঁলোকে নিজৰ খৰচ নিজে বহন কৰিব লাগিব আৰু 14 দিনৰ কোৱাৰেন্টীন খৰচ বহন কৰিব লাগিব। জাননীত এইটো কোৱা হৈছে যে যি সকল লোকৰ কৰোনা হৈ আছে বা অলপ হ'লেও লক্ষণ আছে তেওঁ লোকক বিমানত বহিব নোৱাৰিব।
ইয়াৰ উপৰিও যি সকলে কৰোনা ৰোগী ওচৰত আহিছিল আৰু শৰীৰত 37.3 ডিগ্ৰীতকৈ বেছি উষ্ণতা থকা সকলক অনুমতি দিয়া নহব। কনো লোকে মেডিকেল পৰীক্ষাৰ ৰিপত লোকুৱাব নোৱাৰিব। যদি কোনোবাই লুকুৱাব চেষ্টা কৰে বা মিছা মাতে তেওঁ লোকৰ বাবে চীন চৰকাৰৰ কঠোৰ হব।

ভাৰতৰ বিভিন্ন কোম্পানীত কাম কৰি থকা চীনৰ নাগৰিক সকলক কোম্পানীৰ পৰা দিয়া প্রমানপত্র প্রয়োজন হ'ব।
চীনৰ দূতাবাসে জনাইছে যে ভাৰত আৰু চীন সীমান্তত হোৱা সমস্যাৰ লগত চীনৰ নাগৰিকক ভাৰতৰ পৰা নিয়াৰ লগত কোনো সম্বন্ধ নাই।কিন্তু এইটো কথা সঁচা যে সীমান্তত পৰিস্থিতি বেয়া হোৱা পাছতেই চীনে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুবা ভাৰতত দূত গতিত বৃদ্ধি পোৱা কৰোনা সংক্রমণৰ কাৰণে হয়তো চীন চৰকাৰে নিজৰ নাগৰিকক ভাৰতৰ পৰা লৈ যোৱা সিদ্ধান্ত গ্ৰহণ কৰিছে ।
Post a Comment
Please do not enter any spam link in the comment box.