নিজৰ ফেচবুক পেজৰ জৰিয়তে ভিডিও চেয়াৰ কৰি কান্দি উঠিল লাভলীনা, কলে বিবাহ বিচ্ছেদ আছল কথা


আজি কিছুদিন ধৰি ছচিয়েল মিডিয়াৰ আৰু সংবাদমাধ্যমৰ অলিম্পিকত মেডেল বিজয়ী অসমৰ গৌৰৱৰ 'লাভলীনা' বিবাহ বিচ্ছেদ হোৱা বুলি প্ৰচাৰ হৈ আছিল। 

কিন্ত তেখেতৰ বিবাহ পাশত আৱদ্ধ হোৱাৰ কথা কোনেও জানিব পৰা নাছিল। তেওঁৰ শুভাকাংক্ষী সকল আচৰিত হৈছিল বিবাহ বিচ্ছেদ নিচিনা কথা শুনি। জানিব বিছাৰিছিল যে প্ৰকৃততে ঘটনাটো কি।

অবশেষত নিজৰ ফেচবুক পেজৰ জৰিয়তে ভিডিঅ চেয়াৰ কৰি সকলোকে প্ৰকৃত ঘটনাটো জনাই আৰু ছচিয়েল মিডিয়া আৰু সংবাদমাধ্যমৰ যোগেদি প্ৰচাৰ হোৱা কথাবোৰক লৈ দুখ প্ৰকাশ কৰে।





Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post