 |
Photo source: Google |
কৰোনা মহামাৰী কাৰণে এতিয়াও নিৰাপদ নহয় বিশ্ববাসী, আকৌ এবাৰ চীনে বিশ্ববাসীক নতুন বিপদৰ সন্মুখলৈ ঠেলি দিব পাৰে। যেনে দৰে সমগ্ৰ বিশ্বতে কৰোনা ভাইৰাচৰ সংক্ৰমন কাৰণে চীনক জগৰীয়া কৰে, সেই চীনতেই ডাঙৰ এটা বিপদে আগজাননী আহিছে।
এই কেইদিনমানৰ ভিতৰতে চীনত মানুহৰ দেহত H10N3 ভাইৰাচ পোৱা গৈছে। চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য বিষয়াই এই কথা চিকাৰ কৰি কয় যে আক্ৰান্ত হোৱা ব্যক্তি গৰাকী চীনৰ জ্হেঞ্জিযঙৰ নিবাসী।
সংক্ৰমিত ব্যক্তি জনৰ দেহত এনে ধৰণৰ লক্ষণ দেখা পোৱা গৈছে
চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য কমিচনাৰ জনে প্ৰকাশ কৰা ৰিপোৰ্টত কোৱা হৈছে যে জ্বৰ আৰু অন্যান্য লক্ষণ দেখা পোৱা পাছত ২৪ এপ্ৰিল তাৰিখে হস্পিতালত ভৰ্তি কৰা হৈছিল আৰু ঠিক এমাহৰ পাছত ২৪ মেইত দেহত H10N3 ভাইৰাচ উপস্থিতি গম পোৱা গৈছে। কিন্তু স্বাস্থ্য বিষয়া গৰাকীক এইটো জানিব দিয়া নাই কেনেকৈ ক'ত ব্যক্তি জন সংক্ৰমিত হ'ল।
H10N3 ভাইৰাচ ইমান শক্তিশালী নহয়, কিন্তু যঠেষ্ট বিপদজনক
স্বাস্থ্য সংস্থাৰ জনাইছে যে H10N3 ইমান শক্তিশালী নহয়, কিন্তু ইয়াৰ পৰা যে বিপদ নহ'ব বোলি ভবাতো ভুল। এটাই ভাল খবৰ যে ই কৰোনা দৰে ভয়ানক ৰূপ সংক্ৰমন নহয়। আৰু সোনকালেই আক্ৰান্ত ব্যক্তি জন হস্পিতালত পৰা যাব দিয়া হব। তেওঁ সংস্পৰ্শলে অহা লোক সকলৰ স্বাস্থ্য এতিয়া সুস্থ হৈ আছে।
Post a Comment
Please do not enter any spam link in the comment box.