বলীউদত লোকৰ ছাঁ, কোৰোণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ সহ অভিনেত্ৰী অভিলাষাই

Photo source: Google 

সমগ্ৰ ভাৰতত কোৰোণাই কাল ৰূপ ধাৰণ কৰিছে। হাজাৰ হাজাৰ মানুহ প্ৰতিদিনে আক্ৰান্ত হৈছে কোৰোণাত ভাইৰাচৰত। দিনে বহুলোকে হেৰুৱাব লগীয়া প্ৰাণ। এই কৰোনা প্ৰভাৱ বলীউদতো নপৰাকৈ নাথাকিল। কোৰোণাই এইবাৰ প্ৰাণ কাঢ়িলে মোহময়ী বলীউদৰ অভিনেত্ৰী অভিলাষা পাটিলৰ। অভিনেত্ৰীগৰাকীৰ মৃত্যুত এতিয়া বলীউদত লগতে তেওঁ শুভাকাংক্ষী সকলৰ মাজত শোকৰ ছাঁ পৰিছে।

খবৰ পোৱা মতে, কিছুদিন পূৰ্বে অভিলাষা বানাৰসলৈ গৈছিল। আৰু তাৰ পৰা উভতি আহি কোৰোণা টেষ্ট কৰাইছিল, টেষ্ট কৰাৰ পিছতে অভিনেত্ৰীগৰাকীৰ দেহত কোৰোণাৰ সংক্ৰমণ ধৰা পৰিছিল। বিশেষ কোনো ধৰণৰ জটিলত নথকাত প্ৰথমে কেইদিনমান হোম কোৰাৰেণ্টাইন হৈ আছিল।
কিন্তু লাহে লাহে স্বাস্থ্যৰ অৱনতি ঘটাত অভিলাষাক হাস্পতালত ভৰ্তি কৰোৱা হয়। কিন্তু ইয়াৰ পিছত অভিনেত্ৰীগৰাকীৰ স্বাস্থ্যৰ সন্দৰ্ভত কোনো খবৰ জানিব পৰা হোৱা নাছিল। কিন্তু আজি হঠাৎ খবৰ আহিল যে, অভিনেত্ৰীগৰাকী আৰু নাই! কোৰোণাত আক্ৰান্ত হৈ সাৱটিছে মৃত্যু।

অভিলাষাত নাম বলীউদৰ বহু জনপ্ৰিয় অভিনেত্ৰী লগত লোৱা হয়, তেওঁ বহু কেইখন সুন্দৰ ছবিত অভিনয় কৰিছে। অভিলাষাই চিচোড়ে, গুড নিউজ, বদ্ৰীনাথ কি দুলহনীয়া আদি ছবিত অভিনয় কৰি প্ৰশংসা বুটলিছিল।
ইফালে কোৰোণাত আক্ৰান্ত হৈ বৰ্তমান চিকিত্‍সাধীন হৈ আছে জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকনো।

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post