![]() |
Photo source: Google |
অসমৰ জটিল কৰোনা পৰিস্থিতিৰ সময়ত স্বাস্থ্য বিভাগৰ দায়িত্ব কাক দিব, তাক লৈ চিন্তা চৰ্চা হৈছিল সাধাৰণ নাগৰিকৰ মাজত, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 'কেশৱ মহন্ত' হাতত স্বাস্থ্য বিভাগৰ দায়িত্বত দিয়ে।
অসমত শান্তি স্থাপন কৰা, সুচাৰুৰূপে নিয়ম নীত মাজেৰে ৰাজ্য খনক আগুৱাই লৈ যোৱাত গৃহ বিভাগৰ দায়িত্বত যঠেষ্ট থাকে, গতিকে মুখ্যমন্ত্ৰীৰ হাততে থাকিব গৃহ আৰু লোক নিৰ্মান বিভাগ।কৃষি আৰু পশুপালন,অসম চুক্তি ৰূপায়ন বিভাগৰ দায়িত্ব দিলে অতুল বৰাক ।
ৰনোজ পেগুক শিক্ষা আৰু ভৈয়াম জনজাতি উন্নয়ন দপ্তৰ ।
কৃষি আৰু পশুপালন,অসম চুক্তি ৰূপায়ন বিভাগৰ দায়িত্ব দিলে অতুল বৰাক ।
'পৰিমল শুক্লবৈদ্যক' বন বিভাগ আৰু আবকাৰী, মীন বিভাগৰ দায়িত্ব থাকিব ।
হস্ততাঁত আৰু ভূমি সংৰক্ষণ বিভাগৰ দায়িত্ব দিয়া হৈছে ইউ জি ব্ৰহ্মক।
এটা গুৰুত্বপূৰ্ণ বিভাগ হৈছে বিত্ত বিভাগৰ
'অজন্তা নেওঁগক' বিত্ত আৰু সমাজ কল্যান বিভাগৰ দায়িত্বত থাকিব ।
ক্ৰীড়া আৰু যুৱ কল্যান,সাংস্কৃতিক, শক্তি আৰু পৰ্যটন বিভাগৰ দায়িত্ব দিয়া হল বিমল বৰাক ।
ৰঞ্জিত দাসক হাতত থাকিব পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ লগতে খাদ্য আৰু অসামৰিক যোগান বিভাগ দায়িত্ব দিয়া হৈছে।
ৰাজহ আৰু দুৰ্যোগ বিভাগৰ দায়িত্ব দিয়া হৈছে যোগেন মোহনৰ হাতত ।
সঞ্জয় কিষাণক চাহ জনজাতি উন্নয়ন আৰু শ্ৰম বিভাগৰ দায়িত্ব প্ৰদান কৰা হৈছে ।
অশোক সিংঘালক গুৱাহাটী উন্নয়ন তথা নগৰ উন্নয়ন আৰু জলসিঞ্চন বিভাগৰ দায়িত্বত থাকিব।
জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ দায়িত্ব প্ৰদান কৰা হৈছে পীয়ুষ হাজৰিকাক ।
চন্দ্ৰ মোহন পাটোৱাৰীক হাতত থাকিব পৰিবহন বিভাগৰটো লগতে উদ্যোগ, বানিজ্য আৰু সংখ্যালঘু উন্নয়ন বিভাগৰ দায়িত্ব।
Post a Comment
Please do not enter any spam link in the comment box.