ভাল খবৰ ভাৰতক সহায় কৰিব আমেৰিকাই, এই কথা জনাই বিদেশমন্ত্ৰী অ্যান্টনি ব্লিঙ্কেনে

Photo source: Google 

ভাৰতত ভয়ানক ৰূপে কৰোনা ভাইৰাচৰ সংক্ৰমন সময়ত আমেৰিকাই ভাৰতক সহায় কৰিব বুলি ঘোষণা কৰে। ভাৰতত বনাই থকা ভেকচিন বাবে প্ৰয়োজনীয় কেচা সামগ্ৰী আমেৰিকাই যোগান ধৰিব।

কিন্তু কেইদিনমানৰ আগত আমেৰিকাই ভাৰতক কেচা সামগ্ৰী যোগান ধৰিবলৈ অমান্তি হৈছিল। আৰু ভেকচিন নিমাতা কোম্পানী জনোৱা মতে সেই সামগ্ৰী ভাৰততে প্ৰস্তুত কৰিবলৈ ছমাহ সময় লাগিব। দিনে দিনে বাঢ়ি যোৱা কৰোনা ভাইৰাচৰ সংক্ৰমন মাজত আমেৰিকাৰ এই সহায় সিদ্ধান্তয় ভাৰতৰ চৰকাৰ আৰু কোম্পানী সমূহক অলপ সকাহ দিব।

আমেৰিকাৰ বিদেশমন্ত্ৰী গৰাকীয়ে কয় যে "মহামাৰী কাৰণে সৃষ্টি হোৱা পৰিস্থিতি ঠিক কৰিবলৈ আমেৰিকাৰ সম্পূৰ্ণ ভাৰতৰ লগত থাকিব আৰু ভাৰতৰ লগত মিলি মহামাৰী প্ৰকোপ নিয়ন্ত্ৰণ কৰিব চেষ্টা কৰিব"। তেওঁ আৰু কয় " আমি ভাৰত চৰকাৰৰ লগত মিলি কাম কৰি আছোঁ আৰু ভাৰতৰ স্বাস্থ্যকমি সকলৰ কাৰণে অতিৰিক্ত সুবিধা দিয়াত সহায় কৰিব। লগতে জনাই যে ভাৰতক নাতনি অক্সিজেন যোগান ধৰিব কাৰণেও চিন্তা চৰ্চা কৰি আছে ।।

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post