![]() |
Photo source: Google |
কিন্তু দেশবাসীয়ে তেতিয়া হে জানিছিল যেতিয়া নৰেন্দ্ৰ মোডী ডাঙৰীয়াই নামাকৰণ ফৰ্ম ভৰ্তি কৰোতে যশোদাবেনক নামটো পত্নী হিচাপে উল্লেখ কৰিছিল। আৰু বিষয়টোৰ সমগ্ৰ দেশতে চঁচা লাভ কৰিছিল।
প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়তি ষশোদা এতিয়া ৫ জন পুলিচ কমি আগে পাছে সুৰক্ষা দি থাকে। যশোদাবেনৰ মতে তেওঁ হেনো পি এম মোডী কাৰণে সপ্তাহত ৪ দিন উপবাস ৰাখে। আৰু তেওঁ এটা ইচ্ছা আছে যে মোডীয়ে তেওঁক এবাৰ নিজেই ফোন কৰে, প্ৰথমে মোডী ফালৰ পৰা আহিব লাগিব ফোন।
মোডীৰ বিয়া পাত ইচ্ছা কোনো দিনে নাছিল। ঘৰৰ কথাত ৰাখিহে বিয়া কৰাইছিল। পত্নী ওচৰত তেওঁ কনো দিনেই নাথাকিল। ১৭ বছৰ বয়সতে তেওঁ ঘৰৰ এৰি গুছি গৈছিল।
Post a Comment
Please do not enter any spam link in the comment box.