![]() |
Photo source: Google |
ভাৰত চীন সীমা বিবাদ প্রতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে ভাৰতীয় সেনাক অত্যাধুনিক অস্ত্ৰ ক্রয় কৰিব কাৰণে ৫০০ কোটি পেকেজ মুকলি কৰি দিছে।
দেশৰ এই যুদ্ধকালীন পৰিস্থিতি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সেনাক আবশ্যকীয় অস্ত্ৰ কিনিবলৈ তিনিও সেনাক সম্পূৰ্ণ অধিকাৰ প্রদান কৰিছে। চীনেও LAC ত সেনা সংখ্যা বাঢ়াইছে। যদিহে পৰস্থিতি আৰু বেয়ালৈকে গতি কৰে, তেতিয়া ভাৰতীয় সেনাক এই পুঁজিয়ে যথেষ্ট পৰিমাণে সহায় কৰিব।
উৰি আৰু বালাকোট আক্ৰমণৰ আগতো সেনাক এনে অধিকাৰ দিয়া হৈছিল। ভাৰতীয় সেনাই ২০০০ হাজাৰতৈ বেছি অত্যাধুনিক অস্ত্ৰ ক্রয় কৰিছিল। এতিয়াও ভাৰত চৰকাৰে চীনক প্রয়োজন সাপেক্ষে প্রতুত দিবলৈ সেনাক আদেশ দিছে।
উল্লেখ্য যে ১৯৯৬ আৰু ২০০৫ ত ভাৰত আৰু চীনৰ মাজত চুক্তি স্বাক্ষৰ হৈছিল, যদি দুয়োখন দেশৰ সেনাৰ মাজত কিবা কাৰণত মতভেদ হয়, তেতিয়া সেনাই অস্ত্ৰ ব্যৱহাৰ কৰিব নোৱাৰিব, কিন্তু চীনে বিশ্বাসঘাত কৰি ভাৰতীয় ২০ জন সেনাক হত্যা কৰাৰ পাছতে ভাৰত চৰকাৰে চীনক প্রতুত দিবলৈ অগ্নি অস্ত্ৰ প্রয়োগ কৰিবলৈ অনুমতি প্ৰদান কৰিছে। আৰু চীনৰ সকলো গতিবিধি উপৰত নজৰ দিবলৈ আদেশ দিছে।

Post a Comment
Please do not enter any spam link in the comment box.