![]() |
Photo source: Google |
Corona vaccine-
চীনৰ ভেকচিন পৰীক্ষা আৰু ৰিজাল্ট খবৰ The Lancet News ট প্রকাশ পাইছে। নিউইয়ৰ্ক টাইমসৰ খবৰৰ মতে, চীনৰ Ad5 ভেকচিন টো CanSino কোম্পানি টোৱে প্রস্তত কৰি উলিয়াইছে। এই ভেকচিনটো অসফৰ্দ ইউনিভাৰ্সিটি আৰু আমেৰিকাৰ কোম্পানীযে প্রস্তত কৰা ভেকচিনটকৈ বহুত আগতেই আৰম্ভ কৰিছিল। এই বছৰৰ প্রথম ভাগতে মানুহৰ শৰীৰত পৰীক্ষা আৰম্ভ কৰিছিল।
কিন্তু চীন এই ভেকচিনৰ প্রথম অবস্থাত ডাঙৰ সাইড এফেক্ট নছিল যদিও সৰু সৰু কিছুমান সমস্যাৰ আছিল, যেনে বিষ আৰু জ্বৰ বেছি হৈছিল, এতিয়া সেই সমস্যাৰ বোৰৰ নোহোৱা হৈছে। ভেকচিনৰ পৰীক্ষা পৰা গম পাইছে যে ভেকচিন ব্যৱহাৰ কৰা 28 দিনৰ ভিতৰত শৰীৰত সম্পূৰ্ণ কৰোনা প্রতিৰোধ কৰিব পৰা শক্তি পাইছে।
কিন্তু চীন আৰু আমেৰিকাই নহয় বিশ্ব 100 ৰো অধিক দেশত কৰোনা ভাইৰাচৰ ভেকচিন প্রস্তত কৰিব কাৰণে কাম চলি আছে।
কিন্তু এতিয়াও সম্পূৰ্ণ ৰূপে কব পৰা হোৱা নাই যে কোনে প্রথম কৰোনা ভাইৰাচৰ ভেকচিন প্রস্তত কৰিবলৈ সক্ষম হব।
Post a Comment
Please do not enter any spam link in the comment box.